Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ইন্দিবৰ দেউৰীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট পণ্ডিত শ্ৰী ইন্দিবৰ দেউৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এটা টুইটত এইদৰে উল্লেখ কৰা হৈছেঃ

“শ্ৰী ইন্দিবৰ দেউৰীজীৰ বিয়োগত মৰ্মাহত হৈছোঁ। সাহিত্য, সংস্কৃতি আৰু শিক্ষাজগতলৈ তেওঁ অতুলনীয় অৱদান আগবঢ়াইছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তিঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

*************************

DS /AK/KG