Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী অনিল যোশীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰসিদ্ধ গুজৰাটি কবি শ্ৰী অনিল যোশীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক্সৰ পোষ্টত তেওঁ লিখেঃ

“প্ৰসিদ্ধ গুজৰাটি কবি শ্ৰী অনিল যোশীৰ বিয়োগৰ খবৰ পাই মৰ্মাহত হৈছো। আধুনিক গুজৰাটি সাহিত্যত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব।

তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ আৰু এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ আৰু সাহিত্যৰ প্ৰেমীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ…

ঔম শান্তি…।”

 

***

MJPS/SR/DB