প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘এনএক্সটি কনক্লেভ’ত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ৰনিল বিক্ৰমসিংহেক সাক্ষাৎ কৰে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
“এনএক্সটি কনক্লেভ’ত মোৰ বন্ধু শ্ৰীযুত ৰনিল বিক্ৰমসিংঘেক লগ পালো। মই সদায় আমাৰ বাৰ্তালাপৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু বিভিন্ন বিষয়ত তেওঁৰ দৃষ্টিভংগীক প্ৰশংসা কৰিছোঁ।
@RW_SRILANKA”
At the NXT Conclave, met my friend Mr. Ranil Wickremesinghe. I have always looked forward to our interactions and have admired his perspective on various issues. @RW_SRILANKA pic.twitter.com/blBNKMaDM4
— Narendra Modi (@narendramodi) March 1, 2025
*****
MJPS/SR/SKS/KB