কৰ্ণাটকৰ শ্ৰদ্ধেয় পৰিৱেশবিদ তথা পদ্ম বঁটা প্ৰাপক শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।
তেওঁ ‘এক্স’ত কৰা এটা ‘পোষ্ট’ত লিখিছে:
“কৰ্ণাটকৰ এগৰাকী শ্ৰদ্ধাৰ পৰিৱেশবিদ আৰু পদ্ম বঁটা বিজয়ী শ্ৰীমতী তুলসী গৌড়াজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। প্ৰকৃতি ৰক্ষা, হাজাৰ হাজাৰ গছপুলি ৰোপণ আৰু আমাৰ পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁ জীৱন উৎসৰ্গিত কৰিছিল। তেওঁ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰখনত এক পথ প্ৰদৰ্শক হৈ থাকিব। তেওঁৰ কামে আগন্তুক প্ৰজন্মসমূহক আমাৰ গ্ৰহটোৰ সুৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰি থাকিব। পৰিয়ালবৰ্গৰ লগতে তেওঁৰ গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।”
Deeply saddened by the passing of Smt. Tulsi Gowda Ji, a revered environmentalist from Karnataka and Padma Awardee. She dedicated her life to nurturing nature, planting thousands of saplings, and conserving our environment. She will remain a guiding light for environmental… pic.twitter.com/FWjsvroMty
— Narendra Modi (@narendramodi) December 17, 2024
********
MJPS/SR/SKS/KB