Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃ শ্ৰীমতী পাওলা মাইনোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

“ছোনিয়া গান্ধীজীৰ মাতৃ পাওলা মাইনোৰ মৃত্যুত মোৰ সমবেদনা। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। এই দুখৰ সময়ত, মোৰ সমবেদনা গোটেই পৰিয়ালটোৰ সৈতে আছে।