প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণে ভাৰতৰ বিশ্ব অংশীদাৰিত্বক যথেষ্ট শক্তিশালী কৰাই নহয়, মহাদেশসমূহৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্কও বৃদ্ধি কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলত কোৱা হৈছে যে-
“প্ৰধানমন্ত্ৰী @narendramodiৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণে ভাৰতৰ বিশ্ব অংশীদাৰিত্ব যথেষ্ট শক্তিশালী কৰিছে, সমগ্ৰ মহাদেশত কৌশলগত আৰু অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰিছে।”
***
MJPS/SR/DB/NB
PM @narendramodi’s recent international visits have significantly strengthened India’s global partnerships, enhancing strategic and economic cooperation and cultural ties across continents. https://t.co/ZPAM0iivpc
— PMO India (@PMOIndia) December 31, 2024