Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘শিখ নৱবৰ্ষ’ উপলক্ষে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে


“শিখ নৱবৰ্ষৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ‘ৱাহে গুৰু’ৰ অসীম অনুগ্ৰহে সকলো জীৱক সুস্থতা আৰু প্ৰাচুৰ্য প্ৰদান কৰক। ‘গুৰু চাহিব’সকলৰ জ্ঞানৰ জ্যোতিয়ে আমাৰ সমাজক উদ্ভাসিত কৰাৰ লগতে মাৰ্গদৰ্শন কৰি থাকক।”

 

 

 

***

DS/RT/KB