Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী

শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ‘ভাৰত শক্তি সপ্তাহ’ত শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছিল;

“@IndiaEnergyWeek শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিলো। ভাৰতে এই ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন সুযোগ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে অধিক সংস্কাৰৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰো যিয়ে বিকাশৰ গতি ত্বৰান্বিত কৰিব।”

 

***

DS/ST/KB