Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পডকাষ্ট এতিয়া কেইবাটাও ভাষাত উপলব্ধ


প্ৰখ্যাত এআই গৱেষক তথা পডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া পডকাষ্ট এতিয়া কেইবাটাও ভাষাত আছে আৰু ই বিশ্বজনীন স্তৰত উপলব্ধ হৈছে।

শ্ৰী মোদীয়ে এক্সত এই কথা ঘোষণা কৰি লিখিছে;

“লেক্স ফ্ৰিডমেনৰ সৈতে অলপতে হোৱা পডকাষ্ট এতিয়া কেইবাটাও ভাষাত উপলব্ধ! ইয়াৰ উদ্দেশ্য হৈছে বাৰ্তালাপ ব্যাপক হাৰত মানুহৰ মাজলৈ লৈ যোৱা। এয়া শুনক…

@lexfridman”

 

**********

MJPS/ST