প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত তেখেতক সোঁৱৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
“লাল বাহাদুৰ শাস্ত্ৰী জী নম্ৰ আৰু অটল আছিল।
তেখেত সৰলতাৰ প্ৰতিভূ আছিল আৰু আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থে আত্মোৎসৰ্গা কৰিছিল।
তেখেতৰ জয়ন্তীত তেখেতে ভাৰতৰ বাবে কৰা সকলোখিনিৰ প্ৰতি গভীৰ কৃতজ্ঞচিত্তে আমি সোঁৱৰণ কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
***
VRRK/SH/SB
Lal Bahadur Shastri Ji was humble and firm.
— Narendra Modi (@narendramodi) October 2, 2020
He epitomised simplicity and lived for the welfare of our nation.
We remember him on his Jayanti with a deep sense of gratitude for everything he has done for India. pic.twitter.com/bTV6886crz