প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত ৰ যোৱা মাহৰ (নৱেম্বৰ, ২০২২) খণ্ডৰ আধাৰত ভাৰতৰ জি-২০ ৰ অধ্যক্ষতা, মহাকাশত অব্যাহত অগ্ৰগতি, বাদ্যযন্ত্ৰৰ ৰপ্তানিৰ বৰ্ধন আৰু একাধিক বিষয় সম্বলিত এখনি পুস্তিকা শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“যোৱা মাহৰ #MannKiBaat ত সামৰি লোৱা বিষয়সমূহ যথাঃ ভাৰতৰ জি-২০ ৰ অধ্যক্ষতা, মহাকাশত আমাৰ অব্যাহত অগ্ৰগতি, বাদ্যযন্ত্ৰৰ ৰপ্তানিৰ বৰ্ধন আৰু একাধিক বিষয়ৰ আকৰ্ষণীয় লেখা সম্বলিত এই পুস্তিকাখনি চাব।
http://davp.nic.in/ebook/h_nov/index.html“
***
DS/ST/SB
Do have a look at this e-book containing interesting write-ups on topics covered during last month’s #MannKiBaat such as India’s G-20 Presidency, our continued strides in space, rise in exports of musical instruments and more. https://t.co/e1uFzmd6xihttps://t.co/YmESigWIJ6
— Narendra Modi (@narendramodi) December 24, 2022