Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যাদুই পিটাৰাই শিশুৰ মনক নতুন উদ্যম আৰু ৰঙেৰে ভৰাই তুলিবঃ প্ৰধানমন্ত্ৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাৰ্নিং-টিচিং মেটেৰিয়েল যাদুই পিটাৰাইৰ মুকলি হোৱাক ভূয়সী প্ৰশংসা কৰিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“খেল-ধেমালিৰ মাজতে পঢ়াৰ ভৰপূৰ আনন্দ। এই যাদুই পিটাৰাই শিশুৰ মনক নতুন উদ্যম আৰু ৰঙেৰে ভৰাই তুলিব।”

***

DS/TS/MS