Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ম্যানমাৰৰ ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ

ম্যানমাৰৰ ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ

ম্যানমাৰৰ ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰৰ ৰাষ্ট্ৰপতি শ্ৰী ইউ হিটন কিয়াওক ১৮৪১ চনত অংকন কৰা ছালৱীন নদীৰ মেপৰ এক প্ৰতিলিপি উপহাৰ হিচাপে প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰৰ ৰাষ্ট্ৰপতিক বোদ্ৰী গছ খোদিত কৰা এক ভাস্কৰ্যও প্ৰদান কৰে।

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, “ৰাষ্ট্ৰপতি শ্ৰী ইউ হিটন কিয়াওক ১৮৪১ চনত অংকন কৰা ছালৱীন নদীৰ মেপৰ এক প্ৰতিলিপি উপহাৰ হিচাপে আগবঢ়ালোঁ।

ম্যানমাৰৰ ৰাষ্ট্ৰপতিক বোদ্ৰী গছ খোদিত কৰা এক ভাস্কৰ্যও উপহাৰ দিলোঁ।”

View image on Twitter

 PM IndiaPM IndiaPM IndiaPM India

Follow

PM IndiaNarendra Modi 

✔@narendramodi

ৰাষ্ট্ৰপতি শ্ৰী ইউ হিটন কিয়াওক ১PM India৮৪১ চনত অংকন কৰা ছালৱীন নদীৰ মেপৰ এক প্ৰতিলিপি উপহাৰ হিচাপে আগবঢ়ালোঁ।

8:29 PM – Sep 5, 2017

Twitter Ads info and privacy

 

View image on Twitter

PM India

­­­­­­­

 Follow

PM IndiaNarendra Modi 

✔@narendramodi

ম্যানমাৰৰ ৰাষ্ট্ৰপতিক বোদ্ৰী গছ খোদিত কৰা এক ভাস্কৰ্যও উপহাৰ দিলোঁ।

8:29 PM – Sep 5, 2017, 639639 Replies, 1,9911,991 Retweets, 9,9599,959 likes

Twitter Ads info and privacy

***

AKT/AK/DB