Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ ডাও আং ছান ছ্যু কীলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ

ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ ডাও আং ছান ছ্যু কীলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ ডাও আং ছান ছ্যু কীক তেওঁ ১৯৮৬ চনৰ মে’ মাহত ছিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজত ফেল’শ্বিপৰ যি গৱেষণাৰ প্ৰস্তাৱ দাখিল কৰিছিল, তাৰ এক বিশেষ প্ৰতিলিপি উপহাৰ হিচাপে আগবঢ়ায়। এই গৱেষণা প্ৰস্তাৱৰ বিষয় আছিল-“ঔপনিবেশিক শাসনকালত বার্মিজ তথা ভাৰতীয় বৌদ্ধিক পৰম্পৰাৰ বিকাশ : এক তুলনামূলক সমীক্ষা’।

 

 PM India

 

****

AKT/NT/DB