Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেক্সিকোৰ প্ৰথমগৰাকী নিৰ্বাচিত মহিলা ৰাষ্ট্ৰপতি মহামহিম ক্লডিয়া শ্বেইনবামক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত মহামহিম ক্লডিয়া শ্বেইনবামক অভিনন্দন জনাইছে৷

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“মেক্সিকোৰ প্ৰথমগৰাকী নিৰ্বাচিত মহিলা ৰাষ্ট্ৰপতি @Claudiasheinক অভিনন্দন জনাইছো!

মেক্সিকোৰ জনসাধাৰণৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ৰাষ্ট্ৰপতি @lopezobradorৰ উল্লেখযোগ্য নেতৃত্বৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাইছো।

ধাৰাবাহিক সহযোগিতা আৰু দুয়ো দেশৰ প্ৰগতিৰ বাবে আমি আগ্ৰহী।”

***

DS/ST/DB