Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মৃত্যু বাৰ্ষিকী উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মৃত্যু বাৰ্ষিকী উপলক্ষে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷”

***

VRRK/SH/DB