প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামত শিলৰ কোঁৱেৰী খহি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা পীড়িত লোকসকলৰ প্ৰতি এককালীন সাহাৰ্যও ঘোষণা কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কয়,
“মিজোৰামত শিলৰ কোঁৱেৰী খহি কৰুণভাৱে প্ৰাণহানি হোৱা লোকসকলৰ আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ এই ঘটনাত প্ৰাণহানি হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ আহত লোকসকলে ৫০,০০০ টকাকৈ লাভ কৰিবঃ প্ৰধানমন্ত্ৰী”
***
DS/SH/DB
My thoughts are with those who lost their loved ones due to the tragic stone quarry collapse in Mizoram. An ex-gratia of Rs. 2 lakh would be given from PMNRF to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) November 16, 2022