Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মা চন্দ্ৰঘণ্টাক প্ৰণাম প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দুৰ্গা মাৰ তৃতীয় ৰূপ দেৱী চন্দ্ৰঘণ্টাৰ ওচৰত প্ৰাৰ্থনা কৰে৷

শ্ৰী মোদীয়ে লগতে দেৱীৰ প্ৰাৰ্থনা (স্তুতি)ও শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“আজি নৱৰাত্ৰিৰ দুৰ্গা মাৰ তৃতীয় ৰূপ দেৱী চন্দ্ৰঘণ্টাৰ পূজা অৰ্চনাৰ দিন৷ তেওঁৰ অসীম কৃপাত সকলোৰে জীৱন শৌৰ্য্য আৰু নম্ৰতাৰে সুশোভিত হওক, সেয়াই প্ৰাৰ্থনা…৷”

***

DS/ST/DB