Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মাৰাথৱাড়া মুক্তি দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাথৱাড়া মুক্তি দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে।

স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া সকলোৰে অদম্য আবেগ আৰু বীৰত্বৰ কথাও তেওঁ স্মৰণ কৰে।

এক্সৰ এটা পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কয়;

मराठवाडा मुक्तीसंग्राम दिनाच्या शुभेच्छा. मराठवाडा मुक्तिसंग्रामामध्ये आपल्या प्राणांची आहुती देणाऱ्या सर्वांच्या स्वातंत्र्यप्राप्तीच्या अदम्य ध्यासाचे आणि शौर्याचे स्मरण करतो. या भूमीसोबत आणि येथील जनतेसोबत असलेल्या त्यांच्या अविचल बांधिलकीने इतिहासाच्या वाटचालीला दिशा दिली. त्यांचे शौर्य आणि त्याग आपल्याला सातत्याने प्रेरणा देत आहे.”

**********