মালয়ছিয়া সংসদৰ সদস্য তথা মালয়ছিয়াৰ পাৰ্টি কেডিলান ৰাকয়ট দলৰ নেতা ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
মহম্মদ ইব্ৰাহিমক সংগদান কৰে মালয়ছিয়ান সংসদৰ দুজন সদস্য মাননীয় কেশৱন সুব্ৰমণিয়ম আৰু মাননীয় সান্থাৰা কুমাৰ ৰামানাইডুয়ে৷
প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত ইব্ৰাহিমক শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত পিকেপি দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত শুভেচ্ছা প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে ২০১৮ বৰ্ষত মে’ মাহত মালয়ছিয়াত হোৱা শেহতীয়া সন্মিলনখনৰ কথা সোঁৱৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে মালয়ছিয়াৰ প্ৰধানমন্ত্ৰী এইচ.ই. টুন ডঃ মাহাথিৰ মহম্মদলৈও শুভেচ্ছা প্ৰদান কৰে৷
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক, আঞ্চলিক আৰু পৰস্পৰৰ আগ্ৰহৰ বিশ্বজনীন বিষয় সন্দৰ্ভত আলোচনা কৰে৷
***
AKT/AK/MANN
Datuk Seri Anwar Ibrahim, Member of the Malaysian Parliament, and Leader of the Parti Keadilan Rakyar Party of Malaysia, called on Prime Minister @narendramodi today. pic.twitter.com/kBJlwMB9Jx
— PMO India (@PMOIndia) January 10, 2019
Mr. Ibrahim was accompanied by two Members of the Malaysian Parliament, Hon. Kesavan Subramanian and Hon. Santhara Kumar Ramanaidu. pic.twitter.com/FjOi9sdQna
— PMO India (@PMOIndia) January 10, 2019
PM @narendramodi congratulated Mr. Ibrahim on his recent election as President of the PKR Party.
— PMO India (@PMOIndia) January 10, 2019
PM fondly recalled their last meeting in Malaysia in May 2018.
The Prime Minister also conveyed his warm regards to H. E. Tun Dr. Mahathir Mohamad, Prime Minister of Malaysia. pic.twitter.com/G1TLXhAUEp