Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহা বিষুৱ পনা সংক্ৰান্তি আৰু ওড়িয়া নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা বিষুৱ পনা সংক্ৰান্তি আৰু ওড়িয়া নৱবৰ্ষৰ আনন্দময় উপলক্ষত শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“মহা বিষুৱ পনা সংক্ৰান্তি আৰু ওড়িয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এটি সুস্থ আৰু আনন্দময় বৰ্ষৰ কামনা কৰিলোঁ।”

***