প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান আধিপত্যক পুনৰ সুদৃঢ় কৰি দেশৰ সামৰ্থ্য আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত আস্থা প্ৰকাশ কৰে।
এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“যেতিয়া মহাকাশ খণ্ডৰ কথা আহে, ভাৰতৰ ওপৰত বিনাদ্বিধাই আস্থা ৰাখিব পাৰে!”
When it comes to the space sector, bet on India! pic.twitter.com/ymmtGkzP7q
— Narendra Modi (@narendramodi) January 30, 2025
*****
MJPS/ST
When it comes to the space sector, bet on India! pic.twitter.com/ymmtGkzP7q
— Narendra Modi (@narendramodi) January 30, 2025