প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৮ জুনত অনুষ্ঠিত হ’বলগীয়া ‘মন কী বাত’ কাৰ্যসূচীৰ বাবে নাগৰিকসকলৰ পৰা তথ্য বিচাৰি আহ্বান জনাইছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
“এই মাহৰ #MannKiBaat কাৰ্যসূচী ১৮ জুন, দেওবাৰে অনুষ্ঠিত হ’ব। আপোনালোকৰ পৰা তথ্য লাভ কৰাটো সদায়েই আনন্দদায়ক কথা। ‘নমো এপ্’, ‘মাইগভ’ত আপোনালোকৰ তথ্যসমূহ ‘শ্বেয়াৰ’ কৰক, বা ‘১৮০০-১১-৭৮০০’ত ডায়েল কৰি আপোনালোকৰ বাৰ্তাসমূহ ৰেকৰ্ড কৰক।
This month’s #MannKiBaat programme will take place on Sunday, 18th June. It is always a delight to receive your inputs. Share your inputs on the NaMo App, MyGov or record your message by dialling 1800-11-7800. https://t.co/btZKHrI9Nv
— Narendra Modi (@narendramodi) June 13, 2023
***