প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মাৰ্চ, ২০২৫ তাৰিখে মন কী বাত কাৰ্যসূচীৰ বাবে নাগৰিকৰ পৰা সমল বিচাৰি আহ্বান জনাইছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“৩০ মাৰ্চত প্ৰচাৰ হ’বলগীয়া এই মাহৰ #MannKiBaat অনুষ্ঠানৰ বাবে ব্যাপক হাৰ সমল লাভ কৰি আনন্দিত হৈছো।এই সমল তথা পৰামৰ্শৱলীয়ে সমাজৰ কল্যানৰ বাবে সামূহিক প্ৰচেষ্টাৰ শক্তিক পৰিস্ফুট কৰি তুলিছে।এই খণ্ডটোৰ বাবে অধিকসংখ্যক লোকক তেওঁলোকৰ ধাৰণা শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো।
Happy to be getting a wide range of inputs for this month’s #MannKiBaat, which will take place on the 30th. These inputs highlight the power of collective efforts for social good. I invite more people to share their ideas for the episode. https://t.co/anPo1hmZ5k
— Narendra Modi (@narendramodi) March 24, 2025
***
MJPS/ST/DB
Happy to be getting a wide range of inputs for this month's #MannKiBaat, which will take place on the 30th. These inputs highlight the power of collective efforts for social good. I invite more people to share their ideas for the episode. https://t.co/anPo1hmZ5k
— Narendra Modi (@narendramodi) March 24, 2025