প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাত মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে ইনপুট প্ৰদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷ শ্ৰী মোদীয়ে জনসাধাৰণক তেওঁলোকৰ বাৰ্তা নমো এপ, মাইগভত লিখিবলৈ বা ১৮০০-১১-৭৮০০ নম্বৰত বাণীৱদ্ধ কৰিবলৈ আহ্বান জনাইছে।
টুইটযোগে মাইগভৰ আহ্বান শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,
“২০২২ চনৰ অন্তিমটো #MannKiBaat চলিত মাহৰ ২৫ তাৰিখে প্ৰচাৰ হ’ব। অনুষ্ঠানৰ বাবে আপোনালোকৰ ইনপুট লাভ কৰিবলৈ আগ্ৰহী। মই আপোনালোকক আহ্বান জনাও যে আপোনালোকৰ বাৰ্তা নমো এপ, মাইগভত লিখক বা ১৮০০-১১-৭৮০০ নম্বৰত বাণীৱদ্ধ কৰক৷”
***
DS/SH/DB
2022's last #MannKiBaat will take place on the 25th of this month. I am eager to receive your inputs for the programme. I urge you to write on the NaMo App, MyGov or record your message on 1800-11-7800.https://t.co/W9ef5kQZXj
— Narendra Modi (@narendramodi) December 13, 2022