ভৰূচৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“ভৰূচৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। ভুক্তভোগী পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছো।”
*****
DS/SB
Pained by the loss of lives due to a fire at a hospital in Bharuch. Condolences to the bereaved families.
— Narendra Modi (@narendramodi) May 1, 2021