Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূটানৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনৰ আঁৰত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰে মিলিত হয়।

এক্সৰ এটা প’ষ্টত তেখেতে কয়ঃ

‘মোৰ পৰম বন্ধু প্ৰধানমন্ত্ৰী টবগেৰ সৈতে এক সুন্দৰ বাৰ্তালাপত মিলিত হওঁ। ভূটানৰ সৈতে ভাৰতৰ বন্ধুত্ব গভীৰ। আমি একাধিক খণ্ডত ব্যাপক সহযোগিতা কৰিছোঁ।

@tsheringtobgay”

***

MJPS/SR/SB