যুৱ-প্ৰজন্মৰ মাজত বাবা চাহেব আম্বেডকাৰৰ আদৰ্শৰাজী জনপ্ৰিয়কৰণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত ৰত্ন ড০ ভীমৰাও স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ, লক্ষ্ণৌয়ে যুৱ-প্ৰজন্মৰ মাজত ড০ বাবা চাহেব আম্বেডকাৰৰ আদৰ্শৰাজী জনপ্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ নিতান্তই প্ৰশংসাযোগ্য।
মই উত্তৰ প্ৰদেশ চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা নেতৃত্বৰ বাবে শলাগ লৈছো”।
***
DS/SH/KB
The 'Bharat Ratna Dr. Bhimrao Memorial and Cultural Centre, Lucknow’ will further popularise the ideals of respected Dr. Babasaheb Ambedkar among the youth.
— Narendra Modi (@narendramodi) June 29, 2021
I laud the Uttar Pradesh Government for taking the lead in this effort. https://t.co/MTYz0RJsNG