Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত গ্ৰহণ কৰা চুক্তিৰ তালিক


1.

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিনিময়(ইণ্ডিয়া আইএনএক্স) আৰু লাক্সেমবাৰ্গ ষ্টক একচেঞ্জৰ মাজৰ বুজাবুজিৰ চুক্তি

বিত্তীয় সেৱা উদ্যোগলৈ সহযোগিতা আগবঢ়োৱা, সংশ্লিষ্ট দেশৰ বজাৰ ব্যৱস্থাৰ উচিত ব্যৱস্থাপনা, ইএছজি(পাৰিৱেশিক, সামাজিক আৰু শাসন) আৰু স্থানীয় বজাৰত সেউজ বিত্তীয় ব্যৱস্থাৰ প্ৰচলন কৰা

2.

ষ্টেট বেংক অব ইণ্ডিয়া আৰু লাক্সেমবাৰ্গ ষ্টক একচেঞ্জৰ মাজৰ বুজাবুজিৰ চুক্তি

বিত্তীয় সেৱা উদ্যোগলৈ সহযোগিতা আগবঢ়োৱা, সংশ্লিষ্ট দেশৰ বজাৰ ব্যৱস্থাৰ উচিত ব্যৱস্থাপনা, ইএছজি(পাৰিৱেশিক, সামাজিক আৰু শাসন) আৰু স্থানীয় বজাৰত সেউজ বিত্তীয় ব্যৱস্থাৰ প্ৰচলন কৰা

 

3.

ইনভেষ্ট ইণ্ডিয়া আৰু লাক্সিনভেশ্যনৰ মাজৰ বুজাবুজিৰ চুক্তি

ভাৰত আৰু লাক্সেমবাৰ্গৰ কোম্পানীসমূহৰ মাজত প্ৰত্যক্ষ বিদেশী বিনিয়োগকে ধৰি পাৰস্পৰিক বাণিজ্য সহযোগিতা বিকশিত কৰাত সহযোগিতা আগবঢ়োৱা

ক্ৰমিক

নং

চুক্তি বিৱৰণ

 

 

***

DS/SH/AK/KB