১ |
হাইড্রকার্বন খণ্ডত সহযোগিতাৰ বাবে বুজাবুজিৰ কাঠামো নির্মাণ |
বাংলাদেশত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত |
শক্তি আৰু খনিজ সম্পদ দপ্তৰৰ অতিৰিক্ত সচিব (উন্নয়ন) |
২ |
স্থানীয় প্রশাসন আৰু অন্যান্য চৰকাৰী প্রতিষ্ঠানৰ জৰিয়তে হাই ইম্প্যেক্ট কমিউনিটি ডেভলপমেন্ট প্রজেক্টসমূহ বাস্তৱায়নৰ বাবে ভাৰতৰ অর্থসাহায্য সংক্রান্তীয় বুজাবুজি পত্র |
বাংলাদেশত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত |
আর্থিক সম্পর্ক বিভাগৰ সচিব |
৩ |
সীমান্তৰ দুয়োপাৰে হাতী সংৰক্ষণৰ বাবে প্রটকল |
বাংলাদেশত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত |
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ সচিব |
৪ |
বৰিশাল পৌৰ নিগমৰ লামচৰিত আৱৰ্জনা আৰু কঠিন বর্জ্য জমা কৰা স্থানত প্রয়োজনীয় যন্ত্রপাতি সৰবৰাহ সংক্রান্তীয় বুজাবুজি পত্রত স্বাক্ষৰ |
বাংলাদেশত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত |
ক) আর্থিক সম্পর্ক দপ্তৰৰ সচিব খ) বৰিশাল পৌৰ নিগমৰ মেয়ৰ
|
৫ |
কৃষি ক্ষেত্রত সহযোগিতা সংক্রান্তীয় বুজাবুজি পত্র |
বাংলাদেশত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত |
বাংলাদেশ কৃষি গৱেষণা পৰিষদৰ এক্সিকিউটিভ চেয়াৰমেন |
৬ |
বাংলাদেশৰ ঢাকাত জাতিৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান স্মাৰক সংগ্রহালয় আৰু ভাৰতৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্রহালয়ৰ মাজত বুজাবুজিপত্র |
বাংলাদেশত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত |
ঢাকাৰ জাতিৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান স্মাৰক সংগ্রহালয়ৰ কিউৰেটৰ |
৭ |
ভাৰত–বাংলাদেশৰ মুখ্য কার্যবাহী বিষয়াসকলৰ ফৰামৰ বাবে নীতি–নির্দেশনা গঠন |
উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ৰ বাণিজ্য সচিব |
বাণিজ্য মন্ত্রালয়ৰ সচিব |
ক্ৰমিক নং | বুজাবুজি পত্ৰ/চুক্তি | ভাৰতৰ পক্ষত স্বাক্ষৰকাৰী | বাংলাদেশৰ পক্ষত স্বাক্ষৰকাৰী |
---|
************
DS/AKP/SH/KG
Addressing the India-Bangladesh virtual summit with PM Sheikh Hasina. https://t.co/ewHLRWvVLZ
— Narendra Modi (@narendramodi) December 17, 2020