ভাৰত ‘ৱৰ্ল্ড ইণ্টেলেকচুৱেল পপাৰ্টী অৰ্গেনাইজেশ্যন’-চমুকৈ ‘ডব্লিউআইপিঅ’-ৰ ‘গেলকীয় উদ্ভাৱন সূচক’ত ৪০ সংখ্যক স্থানলৈ উন্নীত হোৱাত আমাৰ উদ্ভাৱকসকলক লৈ গৌৰৱ বোধ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এক ‘টুইট’-ৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক ‘টুইট’ কয়;
“সমগ্ৰ ভাৰততে এতিয়া গুঞ্জৰিত হোৱা এটি শব্দ হৈছে ‘উদ্ভাৱন’। আমাৰ উদ্ভৱকসকলক লৈ আমি গৌৰৱান্বিত। আমি বহুদূৰ আগুৱাই আহিলো আৰু ইয়াতকৈয়ো অধিক উচ্চতা অতিক্ৰম কৰিব খোজো”।
****
DS/ST/KB
Innovation is the buzzword across India. Proud of our innovators. We’ve come a long way and want to scale even newer heights. https://t.co/Fa82TmmnLc
— Narendra Modi (@narendramodi) September 29, 2022