Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-জাপান ঘটনাক্ৰম


 

. আফ্রিকাসহ ভাৰতপ্রশান্ত মহাসাগৰীয় অঞ্চলত আমাৰ অংশীদাৰ দেশসমূহত উন্নতমানৰ আন্তঃগাঁথনি আৰু দক্ষতাৰ উন্নয়ন ঘটাই এই অঞ্চলৰ সার্বিক আৰ্থিক বিকাশ আৰু উন্নয়নৰ জৰিয়তে শান্তি, সুস্থিৰতা বজাই ৰাখিবলৈ আৰু সমৃদ্ধিশালী কৰিবলৈ ভাৰত আৰু জাপানে একলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছেদুয়োখন দেশেই বিশ্বাস কৰে যে সকলো ধৰণৰ উন্নয়নত সহযোগিতামূলক কামে উদাৰ মানসিকতা আৰু স্বচ্ছতাৰ লগত আৰু অধিক নকৰাকৈ, আন্তঃৰাষ্ট্ৰীয় মানৰ হোৱা প্রয়োজন। এই উন্ননমূলক সহযোগিতা সার্বভৌমত্ব আৰু এখন দেশৰ ভৌগলিক অখণ্ডতা, ঋণ পৰিশোধ দায়িত্ব পালন আৰু স্থানীয় অর্থনীতিৰ সৈতে সংগতি ৰখাৰ সমান্তৰালভাৱে উন্নয়নমলূক কৌশল আৰু অগ্রাধিকাৰ ভিত্তিত পৰিচালিত হোৱাটো প্রয়োজন।

. আফ্রিকাৰ দেশসমূহৰ সৈতে ভাৰতৰ স্থায়ী আৰু নিৰছিন্ন সম্পর্ক বজা ৰাখিবলৈ ভাৰতৰ পূবলৈ চোৱা নীতি আৰু প্রধানমন্ত্রী মোদীৰ ১০টা দিনির্দেশক নীতিৰ সমান্তৰালভাৱে জাপানৰ উন্নত আন্তঃগাঁথনি উদ্যোগৰ বাবে সম্প্রসাৰিত অংশীদাৰিত্ব কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত যোগাযোগৰ মানন্নয়ন তথা বিভিন্ন আন্তঃগাঁথনিমূলক ক্ষেত্রৰ ওপৰ গুৰুত্ব দি এক শক্তিশালী সহযোগিতা গঢ়ি তুলিবলৈ সংশ্লিষ্ট অঞ্চলটোৰকাৰসমূহৰ সৈতে আৰু অধিক হাৰত আলোচনা চলাই নিয়াৰ বিষয়ে উভয় দেশেই সন্মত হৈছে। সেয়েহে এই প্ৰচেষ্টাকো দুয়োখন দেশে আদৰণি জনাইছে। সুর্নিদিষ্ট ক্ষেত্রসমূহত সহযোগিতা গঢ়ি তোলাৰ বিভিন্ন দি চিহ্নিতকৰণ যে অগ্রগতি হৈছে, তাক ভাৰত আৰু জাপানে আদৰণি জনাইছে। সহযোগিতা আগবঢ়োৱা ক্ষেত্রসমূহ ভিতৰত

.ন্ধন গেছ সম্পৰ্কীয় আন্তঃগাঁথনিৰ মানন্নয়ন শ্রীলঙ্কাৰ সৈতে সহযোগিতা স্থাপন কৰা

.আবাস, শিক্ষা আৰু বিদ্যুতীকৰণ প্রকল্পসমূহৰ সহায় ৰাখাইন প্রদেশত উন্নয়নমূলক প্রচেষ্টাসমূহসৈতে সংগতি বজা ৰাখি ম্যানমাৰৰ সৈতে সহযোগিতা স্থাপন কৰা

.ৰামগড়ৰ পৰা বড়িয়াৰহাটলৈকে এই অংশ লেনযুক্ত পথ আৰু সেঁতু পুনৰ নিৰ্মাণ কৰাৰ লগতে যমুনা নদীৰ ওপৰ যমুনা ৰেদলং নির্মাণ আৰু ৰোলিং ষ্টক সৰবৰাহ কৰি বাংলাদেশৰ সৈতে সহযোগিতা স্থাপন কৰা

.কেনিয়া ক্ষুদ্র আৰু মজলীয়া দ্যোগ খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাচক্ৰ আয়োজনৰ সমান্তৰালভাৱে সেই দেশ স্বাস্থ্য সেৱাৰ ক্ষেত্র সহযোগিতামূলক আঁচনিঅংগ হিচাপেখন কেন্সাৰ হাস্পতাল স্থাপনৰ সম্ভানাৰে আফ্রিকাৰ সৈতে সহযোগিতা স্থাপন কৰা

. উভয় দেশেই মানসম্পদ উন্নয়ন, দক্ষতা বিকাশ, স্বাস্থ্য পৰিচর্যা, জীজীৱিকা, জল, পৰিস্কাৰপৰিচ্ছন্নতা আৰু ডিজিটেখণ্ডত সহযোগিতা সম্প্রসাৰণৰ গুৰুত্বৰ বিষয়টোক স্বীকৃতি প্ৰদান কৰিছে। একেদৰে, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সাসুবিধাৰ দৰে বিষয়সমূহতকেলগে কা কৰাৰ বিষয়েও দুয়োখন দেশ সন্মত হৈছে। আফ্রিকাকে ধৰি ভাৰতপ্রশান্ত মহাসাগৰীয় অঞ্চলত বসবাস ৰা লোকসকলৰ স্বার্থ গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্রচেষ্টাৱলীৰ বাস্তবায়িত কৰাটো দুয়োখন দেশে সহমত প্রকাশ কৰিছে।

. ভাৰতপ্রশান্ত মহাসাগৰীয় অঞ্চলত উদ্যোগ কৰিডআৰু উদ্যোগ নেটর্ক গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত আৰু জাপানৰ মাজত ব্যসায়িক ক্ষেত্র আদানপ্রদান আৰু অধিক বৃদ্ধি কৰিবলৈ ভাৰতজাপান বাণিজ্য মঞ্চ স্থাপনতো দুয়োখন দেশেকেলগে কাৰিবএই লক্ষ্য পূৰণাৰ্থে, জাপানৰ সংস্থা নেক্সি আৰু ভাৰতীয় সংস্থা ইচিজিচিমাজত স্বাক্ষৰিত বুজাবুজি পত্ৰকো দুয়োখন দেশে স্বাগত জনাইছে। এই বুজাবুজি চুক্তি কার্যকৰীলে অঞ্চলটোত ভাৰতজাপান ব্যসায়িক উদ্যোগসমূহৰ উন্নয়নৰু অধিক প্রসাৰ ঘটিব বুলি আশা প্ৰকাশ কৰা হৈছে।

. ভাৰতজাপান উভয়েই বিশ্বাস কৰে যে এই অঞ্চলৰ এক সামঞ্জস্যপূর্ণ ইতিবাচক আৰু ভবিষ্যমুখী পৰির্তনৰ সম্ভানাসমূহক বিচাৰি উলিয়াবলৈ ভাৰতপ্রশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ উন্নয়নমূলক সহযোগিতাসমূহে বৃহৎ ভূমিকা পালন কৰিব।

ভাৰতজাপান সহযোগিতা এক্টষ্ট মঞ্চ

. ভাৰতৰ পূবলৈ চোৱা নীতিত ভাৰতৰ উত্তৰপূর্বাঞ্চলে সদায়েই অগ্রাধিকাৰ লাভ কৰেছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ এই অঞ্চলটোৰ ঐতিহাসিক আৰু পৰম্পৰাগত সম্পর্কৰ বন্ধন ছে। আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ প্রধান সংযোগৰক্ষাকাৰী হৈ উঠাৰ সম্ভানাও এই অঞ্চলৰ ছে। উত্তৰপূর্বাঞ্চল যোগাযোগ ব্যস্থাৰ উন্নতি ঘটাই অঞ্চলটোৰ প্রতিবেশী দেশসমূহৰ সৈতে যোগসূত্র গঢ়ি তোলা সংশ্লিষ্ট অঞ্চলটোৰ সম্ভানা কামতগোৱাটো অত্যন্ত গুৰুত্বপূর্ণ।

. যোৱা বছৰ গঠন কৰা ক্টইষ্ট মঞ্চই উত্তৰপূর্বাঞ্চল ভাৰতজাপান সহযোগিতাৰ প্রসাৰ অন্যতম এক চালিকা শক্তি হিচাপে কাৰিছে। যোৱা ৮ অক্টো মঞ্চৰ দ্বিতীয় বৈঠক নিম্নলিখিত বিষয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

.প্রকল্প বা কাৰ্যসূচীসমূহৰূপায়ণ ত্বৰান্বিতকৰণ

মেঘালয় উত্তৰপূ যোগাযোগ ব্যৱস্থা

প্রথম পর্যায় : তুৰাডালু (ৰাষ্ট্ৰীয় ঘাইপথ ৫১)

দ্বিতীয় পর্যায় : শ্বিলংডাউকি (ৰাষ্ট্ৰীয় ঘাইপথ ৪০)

মিজোৰাম উত্তৰপূ যোগাযোগ ব্যৱস্থা

প্রথম আৰু দ্বিতীয় পর্যায় : আইজলতুইপাং (ৰাষ্ট্ৰীয় ঘাইপথ ৫৪)

ছিকিম : জৈৱ বৈচিত্রৰ সংৰক্ষণ আৰু সুস্থ বন পৰিচালনা

নাগালেণ্ড : অৰণ্য সংৰক্ষণ, জীজীৱিকাৰ মানন্নয়ন

.ভাৰত আৰু জাপান নিম্নলিখিত ক্ষেত্রে অগ্রসৰ হতে তাদেৰ আগ্রহেৰ কথা পুনৰায় ব্যক্ত কৰিছে।

ছিয়া উন্নয়ন বেংকৰ সহযোগিতায় ধুবুৰী/ফুলবাৰী সেঁতু প্রকল্পকে ধৰি গেলেফুডালু কৰিডৰৰ কা শেষ কৰা। ধুবুৰী/ফুলবাৰী সেঁতু প্রকল্পৰ নির্মাণ কাৰ্য শেষ হলে এইখন নদীৰ ওপৰ নির্মিত ভাৰতৰ দীর্ঘতম সেঁতু হৈঠিব

জিলাৰ প্রধান পথ আৰু অন্যান্য পথসমূহৰ মানন্নয়নৰ বিষয়ে বিবেচনা কৰা। এই ধৰৰ উদ্যোগ বাস্তবায়িত হলে, সেইবোৰে আর্থসামাজিক ক্ষেত্র ইতিবাচক প্রভাব পেলাব

তৃতীয় পর্যায়ৰ উমিয়ামউমত্রু জলবিদ্যুৎ কেন্দ্রৰ সংস্কাৰ আৰু আধুনিকীকৰণ প্রকল্পৰ বাবে ৰকাৰী উন্নয়নমূলক ঋণ সাহায্য বা ডিএ প্ৰদান কৰা

ত্রিপুৰা অৰণ্য অঞ্চলৰ সুস্থ পৰিচালনা আৰু তাৰ সংৰক্ষণ সহায় কৰাকেদৰে মেঘালয় ধৰৰ এক কর্মসূচী গ্রহণৰ প্ৰচেষ্টা হাতত লোৱা৷

.দক্ষতা আৰু বৃত্তিমূলক প্ৰচেষ্টা

উত্তৰপূর্বাঞ্চল প্ৰচুৰ পৰিমাণে বাঁহ থকাৰ লগতে এই অঞ্চলত বাঁৰ গুৰুত্বপূর্ণ ভূমিকাবিবেচনা ৰাখি জাপানভাৰত উত্তৰপূ বাঁ উদ্যোগ আৰম্ভ কৰা হব। এই উদ্যোগৰ অধীনত উদ্যোগ খণ্ডত বাঁৰ ব্যহাৰৰ সমান্তৰালভাৱে বাঁহনিৰ সুস্থ পৰিচালনাৰ বিষয়টো গুৰুত্ব প্ৰদান কৰাব।

ভাৰতৰ ১০০খন উচ্চশিক্ষা প্রতিষ্ঠান জাপানী ভাষাৰ পাঠ্যক্রম আৰম্ভ কৰাৰ ক্ষেত্ৰত দুয়ো দেশৰ প্রধানমন্ত্রীয়ে যি প্ৰতিশ্ৰুতি দিছে, তাৰ অংগ হিচাপে উত্তৰপূর্বাঞ্চল জাপানী ভাষাশিক্ষাৰ প্রসাৰ গুৰুত্ব দিয়া হব। কটন বিশ্ববিদ্যালয়, অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, মেঘালয় আৰু নাগালেণ্ডৰ এখনকৈ প্রতিষ্ঠান ধৰৰ পাঠ্যক্রম আৰম্ভ কৰাৰ বিষয়ে আগ্রহ প্রকাশ কৰিছে। জাপানী ভাষা শিক্ষা প্রশিক্ষণ কেন্দ্রৰ জৰিয়তে এই প্ৰচেষ্টাৱলীক সহায় আগহঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। উত্তৰপূর্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা জাপানী ভাষা শিক্ষাৰ আৰু প্রস্তা পালে তাক আদৰণি জনোৱাব।

.দুৰ্যোগ ব্যস্থাপনা

উত্তৰপূর্বাঞ্চলৰ স্থায়ী আন্তঃগাঁথনি নির্মাণ আৰু পার্বত্য অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথক ক্ষেত্র দক্ষতা উন্নয়নমূলক প্রকল্পৰ জৰিয়তে জাপানৰ সহায় লোৱা

দুৰ্যোগজনিত ক্ষতিশংকা হ্রাস সংক্রান্তীয় জাপানভাৰত কর্মশিৱিৰ আয়োজনৰ জৰিয়তে জ্ঞানৰ বিনিময় কৰা

উত্তৰপূর্বাঞ্চলৰ ৰাজ্যসমূহবিষয়াসকলক প্রাসংগিক ক্ষেত্র প্রশিক্ষণৰ সুযোগসুবিধা প্রদান জিকা নলেজ কোক্রিয়ের্মসূচীৰ সর্বাধিক সদ্ব্যহাৰ কৰা

. ভাৰতজাপান সহযোগিতা এক্ট ইষ্ট মঞ্চ এই প্রকল্পসমূহৰ অগ্রগতি পর্যালোচনা কৰিব, সেইদৰে ভাৰতৰ উত্তৰপূর্বাঞ্চলৰ সৈতে জড়িত ভৱিষ্যৎ সহযোগিতাৰ বিষয়সমূহো চোৱাচিতা কৰিব

ভাৰতজাপান অর্থনৈতিক আৰু ডিএ বা ৰকাৰী উন্নয়নমূলক ঋণ সাহায্য

ভাৰত আর্থসামাজিক ক্ষেত্রৰ উন্নয়ন জাপানৰ অডিএ বা ৰকাৰী উন্নয়নমূলক ঋণ সহায়ৰ গুৰুত্বপূর্ণ অদানৰ কথা স্বীকাৰ কৰি লৈ সেদেশৰ নিৰন্তৰ সহায়তাৰ বাবে ভাৰতে সন্তোষ প্রকাশ কৰিছে। জাপানৰ এই সহায়ে দুয়োখন দেশৰ মাজত নিবিড় সম্পর্ককে প্রতিফলিত কৰিছেনে পৰিপ্রেক্ষিত, নিম্নোলিখিত ক্ষেত্রসমূহত জাপানে সহায় আগবঢ়োৱা বিষয়সমূহ ভাৰতজাপানে পর্যালোচনা কৰিছেঃ

জাপানৰ অডিএ বা ৰকাৰী উন্নয়নমূলক ঋণ সহায্য

২০১৭ৰ ছেপ্টেম্বৰ ভাৰতে শেহতীয়া সন্মিলনপাছপৰা নিম্নোলিখিত প্রকল্পসমূহডিএ বা ৰকাৰী উন্নয়নমূলক ঋণ সাহায্য প্রদান কৰা হৈছেবাংগালুৰু পানী যোগান আৰু নিষ্কাষণ প্রকল্প (তৃতীয় পর্যায়); মুম্বাই তৃতীয় মেট্র লাইন প্রকল্প; চেন্নাই সমুদ্রৰ পানীনমুক্ত কৰাৰ কেন্দ্র নির্মাণ; হিমাচলপ্রদেশঅৰণ্য অঞ্চলত পৰিস্থিতি তন্ত্রৰ মানন্নয়নৰ প্রকল্প; হিমাচলপ্রদেশ জীজীৱিকাৰ মানন্নয়ন ব্যস্থা গ্রহণ কৰা; চেন্নাই পৌৰসভা এলেকাত অত্যাধুনিক পৰিহন ব্যস্থা আৰম্ভ কৰা সম্পৰ্কীয় প্রকল্প; মুম্বাইআমেদাবাদ উচ্চগতি সম্পন্ন ৰেল প্রকল্প ; তৃতীয় পর্যায়ৰ উমিয়ামউমত্রু জলবিদ্যুৎ উৎপাদন কেন্দ্রৰ সংস্কাৰ আৰু আধুনিকীকৰণ; তৃতীয় পর্যায় দিল্লীত দ্রুতগতি সম্পন্ন ৰাজহুৱা পৰিবহন ব্যস্থা প্রকল্প; তৃতীয় পর্যায়ৰ উত্তৰপূ পথ নেটর্ক যোগাযোগ উন্নয়ন প্রকল্প; পশ্চিমবংগৰ পুৰুলিয়া তুর্গ পাম্প ষ্টৰেজ নির্মাণ প্রকল্প; তামিলনাডুত প্রথম পর্যায় চেন্নাই পেৰিফেৰাল ৰিং ৰোড নির্মাণ প্রকল্প আৰু ত্রিপুৰা অৰণ্য অঞ্চলতৰ সংৰক্ষণ তথা সুস্থ পৰিচালনা সংক্রান্ত প্রকল্প উল্লেখযোগ্য

তদুপৰি, ভাৰতৰ প্রত্যাশা এই যে ভাৰতে দুগ্ধপামৰ ক্ষেত্রৰ উন্নয়ন শীঘ্ৰেডিএ বা ৰকাৰী উন্নয়নমূলক সাহায্যৰ ঋণ লাভ কৰিবমহাৰাষ্ট্রৰ নাগপুৰ নাগ নদীতে প্ৰদূষণ হ্রাস, মধ্যপ্রদেশৰ গ্রামাঞ্চল পানী যোগান, বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়ন স্থানীয় লোকসকলক চামিল কৰা আৰু মেঘালয় সুস্থ জন পৰিচালনাৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্র সমীক্ষা আৰম্ভ কৰা হবুলি ভাৰতে আশাপ্রকাশ কৰিছে। ভাৰত বহনক্ষম উন্নয়নৰ উদ্দেশ্যসমূহ পূৰণ ৰকাৰী উন্নয়নমূলক ঋণ সাহায্যৰ জৰিয়তে সহযোগিতা গঢ়ি তোলাৰ বাবে ভাৰত আৰু জাপানৰ সংশ্লিষ্ট কর্তৃপক্ষৰ মাজত আৰম্ভ হোৱা আলোচনাকো ভাৰতে আদৰণি জনাইছে৷

বাৰাণসী সন্মিলন কেন্দ্র

উত্তৰপ্রদেশৰ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা সন্মিলন কেন্দ্র গঢ়ি তোলাৰ বাবে আৰম্ভ কৰা প্রকল্পৰ অগ্রগতি উভয়পক্ষই সন্তোষ প্রকাশ কৰিছে। এই কেন্দ্রটোৱে ভাৰতজাপানৰ মাজৰ বন্ধুত্বৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছেজাপানে এই কেন্দ্রটো নির্মাণ ইতিমধ্যে যি অতিৰিক্ত অনুদান আগবঢ়াইছে ভাৰতে তাৰ প্রশংসা কৰিছে।

যানজঁহ্ৰাস আৰু হৰাঞ্চলীয় পৰিৱেশৰ উন্নয়নৰ ক্ষেত্ৰত অনুদান

বাংগালুৰু হৰৰ কেন্দ্রস্থলত যানজঁসম্পৰ্কীয় তথ্য আৰু সুস্থভাৱে যানজঁট হ্ৰাস কৰাৰ বাবে আধুনিক ব্যস্থা গঢ়ি তোলা সম্পৰ্কীয় প্রকল্প ৰূপায়ণ অনুদানৰ লক্ষ্যৰে যি নথিপত্র বিনিময় হৈছে, ভাৰতে তাক লৈ সন্তোষ প্রকাশ কৰিছে।

ৰেখণ্ডত ভাৰতজাপান সহযোগিতা

মুম্বাইআমেদাবাদ ক্ষীপ্ৰগতিসম্পন্ন ৰে

ভাৰতত যোগাযোগ ব্যস্থায় বৈপ্লৱিক পৰির্তন সাধন কৰাৰ লগতে ক্ষীপ্ৰগতি সম্পন্ন ৰেৰ চলাচল আৰম্ভ কৰিবলৈ ভাৰত আৰু জাপানে মুম্বাইআমেদাবাদ ক্ষীপ্ৰগতিসম্পন্ন ৰেল কৰিৰ নির্মাণ সহযোগিতা আগবঢ়াইছে। এই প্রকল্পৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সর্বোচ্চ পর্যায় নজৰ দিয়াৰ বাবে নিটী আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজী কুমাৰ আৰু জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ বিশেষ উপদেষ্টা ডঃ হিৰোতো ইজুমিৰ সভাপতিত্ব যৌথ কমিটি গঠন কৰা হৈছে।

যোৱা ১৭ ছেপ্টেম্বৰ নতুন দিল্লীত এই কমিটিৰ অষ্টমখন বৈঠক মুম্বাইআমেদাবাদৰ মাজৰ ক্ষীপ্ৰগতি সম্পন্ন ৰেল প্রকল্পৰ ধাৰাবাহিক অগ্রগতিত সন্তোষপ্রকাশ কৰা হয়। বৈঠক লক্ষ্য এই প্রকল্পৰ সাফল্য অর্জন পাৰস্পৰিক প্রয়াস অব্যাহত ৰখা হ বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই প্রকল্পৰ সৰ্বাংগীন অগ্রগতি লক্ষ্য কৰিলে দেখা যায় যে ইতিমধ্যে জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহন আৰু পর্যটন মন্ত্রী শ্রী কেইচি ইচিয়ে যোৱা ডিচেম্বৰ মাহত আৰু সেদেশৰ ভূমি, আন্তঃগাঁথনি, পৰিবহন আৰু পর্যটন বিষয়ক সংসদীয় প্রতিমন্ত্রী শ্রী মাছাতোশি আকিমতোৱে যোৱা মে মাহত ভাৰত ভ্ৰমণ কৰিছিলযৌথ কমিটিৰ বৈঠক এই প্রকল্প দ্বিতীয় পর্যায় জাপানৰ ঋণ সাহায্যৰ বাবে নথিপত্র বিনিময় আৰু চুক্তি স্বাক্ষৰ হৈছে।

মুম্বাই, আমেদাবাদ ক্ষীপ্ৰগতিসম্পন্ন ৰেল প্রকল্প ৰূপায়ণৰ দায়িত্ব ছে ৰাষ্ট্ৰীক্ষীপ্ৰগতিসম্পন্ন ৰেল নিগম লিমিটেড (এনএইচএআৰচিএল) প্রকল্পটো ৰূপায়ণৰ বাবে প্রয়োজনীয় ভূমিৰ চূড়ান্ত সমীক্ষাৰ কা ইতিমধ্যে শেষ হৈছে। মুম্বাই আৰু আমেদাবাদৰ মাজত ভূমি অধিগ্রহণৰ কা আৰম্ভ হৈছে। এই কা চলিতৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৪৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল প্রকল্পৰ ৩২৮ কিলোমিটাৰৰ যৌথ সমীক্ষাৰ কা ইতিমধ্যে শেষ হৈছে। প্রকল্পটো ঢ়ি তোলাৰ সমান্তৰালভাৱে উচ্চগতি ৰেল সম্পৰ্কীয় এক প্রশিক্ষণ প্রতিষ্ঠান স্থাপন ২৬টা সংস্থাক আৱণ্টন দিয়াৰ বাবে চিহ্নিত কৰা হৈছে। ইতিমধ্যে চাৰিটা ক্ষেত্র আৱণ্টন প্রক্রিয়া সম্পূর্ণ হৈছে। এই ৰেল প্রকল্প যি ১২টা ষ্টেচছে, সেইবোৰৰ প্রত্যেকতে আধুনিক আৰু স্থায়ী সুসংবদ্ধ পৰিবহন নেটর্ক গঢ়ি তোলাৰ বাবে বহু আৰ্হিৰ পৰিবহণ সংহত পৰিকল্পনা গ্রহণ কৰা হৈছে।

পশ্চিমাঞ্চলীয় ডেডিকেটেড ফ্রেইট কৰি

মুম্বাইৱাহৰলাল নেহৰু বন্দৰ টার্মিনালৰ পৰা দাদৰি (গুজৰাট)লৈকে ১ হাজাৰ ৫২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পশ্চিমাঞ্চলীয় ডেডিকেটেড ফ্রেইট কৰিৰ গঢ়ি তোলাৰ উদ্দেশ্য হল মুম্বাইদিল্লী পথৰ যানজঁহ্ৰাস কৰাজাইকাআৰ্থিক সাহায্যত এই প্রকল্পটো ৰূপায়ণ কৰা হৈছে

এই প্রকল্পৰ ৪৮ শতাংশ নির্মাণ কাৰ্য শেষ হৈছে। ইফালে, ৮০২ কিলোমিটাৰ ৰেললাইন স্থাপনৰ কা ইতিমধ্যে শেষ হৈছে। প্রকল্প ৰূপায়ণৰ বাবে প্রায় ৯৯ শতাংশ ভূমি অধিগ্রহণৰ কা শেষ হৈছে আৰু ৩৩ হাজাৰ ১৩০ কোটি টকাৰ আৱণ্টৰৰ কামো সম্পন্ন হৈছে। যোৱা ১৫ আগষ্ট নির্মীয়মান এই ফ্রেইট কৰিৰৰ ১৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আতেলিফুলেৰা অংশত পৰীক্ষামূলকভাবে ৰেলোৱা হৈছে। প্রকল্পটোৰ নির্মাণ শেষ হলে এয়া ভাৰতীয় ৰেল ব্যস্থা এক গুৰুত্বপূর্ণ মাইলফলক হৈঠিব

ৱিষ্যৎ সহযোগিতা

. মুম্বাইআমেদাবাদ উচ্চগতিসম্পন্ন ৰেল প্রকল্প মেক ইন ইণ্ডিয়া আঁনিৰ উদ্দেশ্যসমূহ বাস্তবায়িত কৰিবলৈ দুয়োখন দেশৰ একাধিক সংস্থা আৰু প্রতিষ্ঠানক লৈ এটি টাস্ক ফোৰ্চ গঠন কৰা হৈছে। চাৰিটা উপগো গঠনৰ দিশতো প্রস্তা গ্ৰহণ কৰা হৈছে। এই ৰেল প্ৰকল্পত সেৱা দানৰ বাবে মুঠ ২৪খন ৰেভিতৰতখন ৰে মেক ইন ইণ্ডিয়া আঁচনিঅধীনত নিৰ্মাণ কৰা হব।

. জাপানৰ ডিএ আঁচনিৰ জৰিয়তে লাভ কৰা ঋণক কামত লগাই বৰোদা ভাৰতীয় ৰেলৰ ৰাষ্ট্ৰীয় শৈক্ষিক চৌহদ উচ্চগতিসম্পন্ন ৰেসম্পৰ্কীয়খন নতুন প্রশিক্ষণ প্রতিষ্ঠান গঢ়ি তোলা হব। এই প্রশিক্ষণ কেন্দ্রৰ বাবে দুটি নিবিদা আহ্বান কৰা হৈছে। অন্তিম নিবিদা যোৱা জুলাই মাহত প্রকাশিত হয়। আশা কৰা হৈছে অহা ডিচেম্বৰ মাভিতৰত নিবিদাসম্পূৰ্ণ প্রক্রিয়া শেষ হপ্রশিক্ষণ প্রতিষ্ঠান নির্মাণৰ কা ইতিমাজত আৰম্ভ হৈছে আৰু ২০২০ ডিচেম্বৰ মাহত এইখন আৰম্ভব বুলি আশা কৰা হৈছে। উচ্চগতিসম্পন্ন ৰেল প্রকল্প পৰিচালনাৰ বাবে পর্যাপ্ত পৰিমাণ কর্মী প্রয়োজনীয় প্রশিক্ষণ দিবলৈ উভয় দেশে সন্ম হৈছে। ইতিমাজত ভাৰতীয় ৰেলৰ ২৮৭গৰাকী যুৱ বিষয়া জাপান প্রশিক্ষণ দি থকা হৈছেভাৰতীয় ৰেবিষয়াসকলৰ প্রশিক্ষণৰ বাবে জাপান ৰকাৰে প্রতি বছৰে ২০গৰাকী বিষয়াক প্রশিক্ষিত কৰি স্নাতকোত্তৰ ডিগ্ৰী প্ৰদানৰ সিদ্ধান্ত লৈছে। বর্তমানে ভাৰতীয় ৰেলৰ ১৭গৰাকী বিষয়াই জাপানৰ বিভিন্ন বিশ্ববিদ্যালয় স্নাতকোত্তৰ পর্যায় ডিগ্ৰী পাঠ্যক্ৰমৰ প্রশিক্ষণ গ্ৰহণ কৰিছে২০১৯ চনৰ বাবে ২০গৰাকী বিষয়াক এই ডিগ্ৰী পাঠ্যক্ৰমত প্রশিক্ষণ দিয়াৰ প্রস্তা দিছে জাপান ৰকাৰে

. ৰেল সুৰক্ষা আৰু নিৰাপত্তা ক্ষেত্র ভাৰত চৰকাৰে যি অগ্রাধিকাৰ প্ৰদান কৰিছে তাৰ পৰিপ্রেক্ষিত সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয় শ্রেষ্ঠ পন্থা পদ্ধতি সম্পর্কে অৱগকৰিবলৈ ভাৰতে জাপানৰ সৈতে সহযোগিতা আগবঢ়াইহিছে। প্রযুক্তিগত সহযোগিতাৰ বাবে জাপানৰ নিৰাপত্তা বিশেষজ্ঞসকলক লৈ এটি দলে ইতিমাজত ভাৰত ভ্ৰমণলৈ আহি ইয়াত ৰেল সুৰক্ষা নিৰাপত্তাৰ বিষয়সমূহ বিবেচনা কৰি দেখিছে। সুৰক্ষা আৰু নিৰাপত্তা ক্ষেত্র ভাৰতীয় ৰেলৰ ক্ষমতা বৃদ্ধি আৰু ৰেললাইনৰ ৰক্ষণাবেক্ষনৰ বাবে প্রযুক্তিগত সহযোগিতাৰ অধীনত ৰেল নিৰাপত্তা সম্পৰ্কীয় এটি আঁচনি গ্রহণ কৰা হ

মেক ইন ইণ্ডিয়া আঁচনিত ভাৰতজাপানৰ মাজত সহযোগিতা

লিতৰ্ষৰ জুলাই মাহত গুজৰাটৰ আমেদাবাদ জেটৰো বিজনে ছাপোর্ট চেণ্টাৰ আৰম্ভ কৰাৰ সমান্তৰালভাৱে জাপানভাৰত বিনিয়োগ প্রসাৰ পৰিকল্পনাৰ ওপৰ ভিত্তি কৰি দুয়ো দেশে বিনিয়োগৰ প্রসাৰ একাধিক চেমিনাৰ আয়োজন কৰা হৈছে।

ভাৰত বেৰকাৰী ক্ষেত্র প্রায় ৬০টা জাপানী সংস্থা বিনিয়োগৰ যি প্রস্তা দিছে, প্রধানমন্ত্রী নৰেন্দ্র মোদীকে সেবিষয়ে যোৱা ২৯ অক্টোবৰৱগত কৰা হয়। এই বিনিয়োগ প্রকল্পসমূহত ইনভেষ্ট ইণ্ডিয়া আৰু জাপানৰ জেটৰো সংস্থা সহায় কৰিব। মেক ইন ইণ্ডিয়া আঁচনিত এই বিনিয়োগ প্রকল্পসমূহত অধিক গতি প্ৰদানৰ আশা কৰা হৈছে। বিনিয়োগৰ পৰিমান প্রায় ২৮০ বিলিয়ন জাপানী ইয়েন। প্রকল্পসমূহত অতিৰিক্ত ২৯ হাজাৰ কর্মসংস্থানৰ সুযোগ সৃষ্টি হব।

নতুন এক উদ্যোগৰ অংগ হিচাপে ভাৰত আৰু জাপানৰ দুই সংস্থাএমইটিআই আৰু ডিআইপিপিয়ে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ প্রশাসনিক কামকাজ পৰিচালনা প্রণালীক আৰু অধিক সুবিন্যস্ত কৰিবলৈডভান্সড মডেল সিংগল উইণ্ড ঢ়ি তোলাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ সিদ্ধান্ত লৈছে। এই সহযোগিতাৰ ফল প্রশাসনিক কামকাজ পৰিচালনাৰ ক্ষেত্র শ্রেষ্ঠ পদ্ধতিসমূহ অনুসৰণ কৰা হব। একেদৰে ধৰনৰ কামকাজ পৰিচালনা দক্ষতা বৃদ্ধি পাবইয়া ফল ভাৰত সহজে ব্যসাবাণিজ্য কৰাৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ ৰকাৰী প্রচেষ্টাসমূহ ত্বৰান্বিত ব। এক কার্যকৰী লজিষ্টিচাপ্লাই ব্যস্থা গঢ়ি তুলিবলৈ যি লজিষ্টিক ডাটা বেংক আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত হৈছে, সেইটোয়ে ভাৰত বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰিব।

দক্ষতা উন্নয়ন ক্ষেত্র ভাৰতজাপান সহযোগিতা

অহা বছৰ ৩০ হাজাৰ ব্যক্তি প্রশিক্ষণ প্রদান কৰি ভাৰতত উৎপাদন ক্ষেত্রৰ সৰ্বাংগীন অগ্রগতিৰ বাবে এক অনুকূল বাতাবৰণ গঢ়াৰ লক্ষ্যৰে কেন্দ্রীয় দক্ষতা বিকাশ আৰু দ্যোগ মন্ত্ৰালয় আৰু জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ ন্ত্ৰালয়মাজত ২০১৬ উৎপাদন ক্ষেত্র দক্ষতা বিনিময়ৰ প্রসাৰ কাৰ্যসূচী সম্পৰ্কীয়খন সহযোগিতামূলক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়এই আঁচনিয়ে ভাৰতৰ স্কিল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ দৰে ধ্বজাবাহী প্ৰচেষ্টাত বৰঙণি যোগাইছেস্বাক্ষৰিত সহযোগিতামূলক বুজাবুজি চুক্তিৰ জৰিয়তে ভাৰত ব্যসাবাণিজ্যৰ সৈতে জড়িত জাপানী সংস্থাসমূহে জাপানইণ্ডিয়া ইনষ্টিটিউট অ মেনুফেকচাৰিং আৰু জাপানীজ এনডাৱেড কোৰ্চ আৰম্ভ কৰাৰ জৰিয়তে দক্ষতা বিকাশৰ ক্ষেত্র অংশগ্রহণ কৰিছে।

জাপানইণ্ডিয়া ইনষ্টিটিউট অ মেনুফেকচাৰি সংস্থা জাপানী পদ্ধতি উৎপাদন প্রক্রিয়াৰ ক্ষেত্ৰত ভাৰতৰ উদ্যোগপতিসকলৰ প্রশিক্ষণ প্রদানৰ কা ইতিমাজত আৰম্ভ হৈছে। ৫টা জাপানী সংস্থা ২০১৭ চনত জাপানইণ্ডিয়া ইনষ্টিটিউট অ মেনুফেকচাৰিং স্থাপন কৰেএই ধৰৰ প্রতিষ্ঠানৰ সৈতে গুজৰাট ছুজুকী সংস্থা, ৰাজস্থান ডাইকিন সংস্থা, তামিলনাডুত য়ামাহা সংস্থা আৰু কর্ণাটক হিতাচি আৰু টয়টা সংস্থা জড়িত ছে। ২০১৮ত জাপানী সংস্থা আৰেষ্টিয়ে হাৰিয়ানাৰ ভাৱা জাপানইণ্ডিয়া ইনষ্টিটিউট অ মেনুফেকচাৰিং স্থাপন কৰে। টটা সুছো সংস্থা গুজৰাট মাণ্ডা আৰু তিৰুমো সংস্থা তিৰুনন্তপুৰম জাপানইণ্ডিয়া ইনষ্টিটিউট অৱ মেনুফেকচাৰিং স্থাপন কৰিছে

ভাৰত উৎপাদন ক্ষেত্রৰ সৈতে জড়িত ইঞ্জিনিয়াৰসকলৰ প্রশিক্ষণৰ বাবে নির্দিষ্ট কেইবাটাও ইঞ্জিনিয়াৰিং কলেজ জাপানীজ এনডাৱেড পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে ২০১৭ত জাপানী সংস্থা মেইডেনছা কর্পৰেন বিদ্যুৎ বিতৰণ আৰু উৎপাদন ক্ষেত্ৰত এইদেশ প্রথম জাপানীজ এনডাৱেড পাঠ্যক্ৰম আৰম্ভ কৰে। ইয়াৰ পাছত মিটছুবিচি ইলেকট্রিকে ২০১৮ ভাৰতৰ একাধিক ইঞ্জিনিয়াৰি কলেজ ফেক্টৰি অটোমেন পাঠ্যক্ৰম আৰম্ভ কৰিছে

কেন্দ্রীয় দক্ষতা বিকাশ আৰু দ্যোগ মন্ত্ৰালয়ে যোৱাৰ্ষৰ অক্টোবৰ মাহত জাপানৰ স্বাস্থ্য, শ্রম আৰু কল্যাণ তথা সেই দেশৰ ন্যায়বিচাৰ আৰু বিদেশন্ত্ৰালয়ৰ সৈতে প্রযুক্তিগত ক্ষেত্র অর্ন্তর্তীকালীন প্রশিক্ষণ কাৰ্যসূচী পৰিচালনা সংক্রান্ত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফল প্রযুক্তিগত ক্ষেত্র অর্ন্তর্তী প্রশিক্ষণ কাৰ্যসূচীৰ যথাযথ ৰূপায়ণৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত এক অনুকূল বাতাবৰণ গঢ় লৈঠিছে। এই কাৰ্যসূচীৰ জৰিয়তে ১৫জন ভাৰতীয় শিক্ষানবীশৰ প্রথমটোলে বিভিন্ন জাপানী সংস্থা কাৰ বাবে প্রশিক্ষণ লাভ কৰিবতদুপৰি প্রযুক্তিগত ক্ষেত্ৰত অর্ন্তর্তী প্রশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে আৰু ১৭ জন ভাৰতীয় প্রযুক্তিশিক্ষানবীশ জাপান বিভিন্ন সংস্থা কাৰ সুযোগ লাভ কৰিছে

ভাৰতৰ ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম আৰু জাপানৰ জিটকো সংস্থাৰ সহযোগিতা কেন্দ্রীয় দক্ষতা বিকাশ আৰু দ্যোগ মন্ত্ৰালয়ে চলিত বছৰৰ ফেব্রুৱাৰী মাহত নতুন দিল্লীত প্রযুক্তিগত ক্ষেত্ৰত অর্ন্তর্তী প্রশিক্ষণ কাৰ্যসূচী সম্পৰ্কীয়জাগতামূলক এক কর্মশালা আৰু যোৱা ছেপ্টেম্বৰ মাহত সেই দেশৰ নাগোৱাত বিষয়ক এখন আলোচনাচক্ৰৰ আয়োজন কৰে। ইয়াৰ উদ্দেশ্য ছিল জাপানী সংস্থাসমূহৰ চাহিদা পূৰণ দক্ষ ভাৰতীয় শিক্ষানবীশসকলক প্রেৰণ কৰি ভাৰতৰ সক্ষমতাক তুলি ধৰাৰ লগতে সেই কাৰ্যসূচীৰ সুযোগসুবিধা সম্পর্কে ভাৰত সংশ্লিষ্ট ক্ষেত্ৰৰ সৈতে জড়িতকলো পক্ষক সচেতন কৰি তোলা

ৱিষ্যৎ সহযোগিতা

জাপানইণ্ডিয়া ইনষ্টিটিউট অৱ মেনুফেকচাৰিং আৰু জাপানীজ এনডাৱেড পাঠ্যক্ৰমৰ জৰিয়তে ভাৰত দক্ষতা বিকাশৰ ক্ষেত্ৰত জাপানভাৰত উভয় দেশে তেওঁলোকৰ প্রচেষ্টাৱলী অব্যহত ৰাখিবইয়া ফল স্কিল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়া প্ৰচেষ্টাতৰু অধিক গতি সঞ্চাৰিত হ

জাপানী ভাষা শিক্ষাৰ দৰে ক্ষেত্ৰত ভাৰতজাপান দক্ষতা প্রশিক্ষণ অব্যাহত থাকিবভাষা শিক্ষাৰ ক্ষেত্ৰত এ ধৰপ্ৰচেষ্টাই দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিত সহায় কৰিব।

ডিজিটেল অংশীদাৰিত্ব ক্ষেত্ৰত ভাৰতজাপান সহযোগিতা

দৈনন্দিন জীনযাত্রাৰ মান উন্নয়নত প্রযুক্তি নির্ভৰ এই যুগ সহযোগিতাৰে অগ্রসৰ হবলৈ আৰু জাপানৰ চাইটি ৫. তথা ভাৰতৰ ডিজিটেল ইণ্ডিয়া, স্মার্ট চিটী আৰু ষ্টার্ট আপ ইণ্ডিয়াৰ দৰে ধ্বজাবাহী আঁচনিমাজতৰু অধিক ভাল সমন্বয় গঢ়ি তুলিবলৈ উভয় দেশে কৃত্রিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংকছদৰে পৰর্তী প্রজন্মৰ প্রযুক্তি ক্ষেত্ৰত সহযোগিতা গঢ়ি তুলিবলৈ সন্মত হৈছে। এনে পৰিপ্রেক্ষিতত জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আৰু ভাৰতৰ ইলেকট্রনিক্স আৰু তথ্যপ্রযুক্তি মন্ত্ৰালয়মাজত গঠিত যৌথ কর্মীগোৰ ৬খন বৈঠক অনুষ্ঠিত হৈছে। ভাৰতজাপান যৌথ কর্মীগোৰ পঞ্চম বৈঠকত তথ্য আৰু প্রযুক্তি ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে ভাৰতৰ যোগাযোগ মন্ত্ৰালয়ে আৰু জাপানৰ ভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ৰ মাজত যুটীয়া ঘোষণাপত্র স্বাক্ষৰিত হয়

দুয়োখন দেশৰ প্রধানমন্ত্রীয়ে ভাৰতজাপান ডিজিটেল অংশীদাৰিত্বৰ সফলতা কামনা কৰি ইয়াআদৰণি জনাইছে। ভাৰতৰ ইলেকট্রনিক্স আৰু তথ্যপ্রযুক্তি মন্ত্ৰালয় তথা জাপানৰ অর্থনৈতিক, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মাজত তথ্যপ্রযুক্তি ক্ষেত্ৰত সহযোগিতাৰ নতুন নতুন সুযোগসুবিধা বিচাৰি উলিয়াবলৈ আৰু এক্ষেত্ৰত আৰু অধিক সহযোগিতা গঢ়ি তুলিবলৈ এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই বুজাবুজি চুক্তিত ডিজিটেল প্রযুক্তিৰ সমান্তৰালভাৱে ভাৰতজাপানৰ মাজত ষ্টার্ট আপ হাব ঢ়ি তোলাৰ সম্ভানা সম্প্রসাৰিত কৰাৰ ওপৰতো জোৰ দিয়া হয়।

ভাৰত আৰু জাপানৰ মাজত ষ্টার্ট আপ হাবঃ

ভাৰত আৰু জাপানৰ মাজত ষ্টার্ট আপ হাব গঢ়ি তোলাৰ লক্ষ্যৰে ২০১৭ৰ ভাৰতজাপান বার্ষিক সন্মিলনযুটীয়া ঘোষণাপত্র দুয়োখন দেশৰ প্রধানমন্ত্রীয়ে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিক বাস্তবায়িত কৰাৰ লক্ষ্যৰে চলিত বছৰ মে মাহত সেদেশৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্রী শ্ৰীযুত চিকোৰ ভাৰত ভ্ৰমণৰ সময় উভয়পক্ষ জাপানভাৰত ষ্টার্ট আপ উদ্যোগ গঢ়ি তোলাৰ লক্ষ্যৰে এক যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। সেই ঘোষণাপত্র বাংগালুৰুত এই হাবটো গঢ়ি তোলাৰ সিদ্ধান্ত লয়এই ষ্টার্ট আপ হাবটো সম্ভাব্য জাপানী বিনিয়োগৰ ক্ষেত্রসমূহক চিহ্নিত কৰাৰ দিশ কা কৰিব। ভাৰততো জাপানভাৰত ষ্টার্ট আপ হাব সম্পৰ্কীয় এক অনলাইন প্লেটফর্ম গঢ়ি তোলা হৈছে।

মেধা বিনিময়

দুয়োখন দেশৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ মাজত প্রতিযোগিতামূলক মনোভাব বজা ৰাখিবলৈ আৰু অভিজ্ঞতাৰ বিনিময়ত সামঞ্জস্য গঢ়ি তুলিবলৈ ভাৰত আৰু জাপানৰ মাজত মেধা বিনিময় কৰাটো অত্যন্ত গুৰুত্বপূর্ণ। এই উদ্দেশ্য বাস্তবায়িত কৰিবলৈ ভাৰতজাপান ডিজিটেল অংশীদাৰিত্ব যথাযথ ভূমিকা পালন কৰিবসেইদৰে প্রশিক্ষণৰ সুযোগসুবিধা তথা ইণ্টার্নশ্বিপ কাৰ্যসূচীৰ অধিক প্রসাৰ বর্তমান আন্তঃগাঁথনি ব্যস্থাৰ সম্প্রসাৰণো কৰা হব। একেদৰে জাপান নিযোগ মেলা আয়োজন, উচ্চদক্ষতাসম্পন্ন ভাৰতীয় বৃত্তিৰ বাবে ষ্টার্টআপ কাৰ্যসূচী গ্রহণ কৰা হব।

ৱেষণা আৰু উন্নয়ন ক্ষেত্ৰত সহযোগিতা

ভাৰতত কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় গৱেষণা কাৰ্যসূচীক আৰু আগুৱাই নিবলৈ আৰু ভাৰতৰ নিটী আয়োগ আৰু জাপানৰ অর্থনীতি, বাণিজ্য ও উদ্যোগ মন্ত্ৰালয়ৰ মাজত যোগসূত্র বৃদ্ধি কৰিবলৈ সেই দেশৰ চাইটি ৫. কাৰ্যসূচীৰ অধীনত উদ্ভানমূলক প্রযুক্তিৰ বিকাশ জোৰ দিয়া হৈছে। ভাৰত আৰু জাপান ইতিমধ্যে কৃত্রিম বুদ্ধিমত্তাক লৈ আগ্রহ প্রকাশ কৰি চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিত কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় প্রতিষ্ঠানসমূহত অনুসন্ধানমূলক কামকাজ পৰিচালনাৰ সম্ভানাৰ বিষয়টিও উল্লেখ ছে। হায়দৰাবাদ আইআইটি আৰু জাপানৰ নেচনেল ইনষ্টিটিউট অৱ ডভান্সড ইণ্ডাষ্ট্ৰিয়েল ছায়েন্স ণ্ড টেকনজিৰ কৃত্রিম বুদ্ধিমত্তা গৱেষণা কেন্দ্রৰ মাজত সহযোগিতাৰ কথা কোৱা হৈছে।

তথ্য আৰু যোগাযোগ প্রযুক্তিৰ ক্ষেত্ৰত নিৰাপত্তা সম্পৰ্কীয় কাৰ্যসূচী

অত্যাধুনিক আৰু নিৰাপদ প্রযুক্তিৰ প্রয়োজনীতাৰ বিষয় বাস্তবায়িত কৰিবলৈ ভাৰত আৰু জাপান ভবিষ্যৎ ডিজিটেল আন্তঃগাঁথনি ক্ষেত্ৰত এক নিৰাপদ নেটৱর্ক গঢ়ি তুলিবলৈ আৰু টেলিসংযোগৰ ক্ষেত্ৰত নিৰাপত্তাৰ বিষয়টোক অগ্রাধিকাৰ প্ৰদানেৰে সহযোগিতা স্থাপনৰ বিবেচনা কৰিবদুয়োখন দেশৰ নেতৃবৃন্দই চেন্নাই আৰু আন্দামান দ্বীপপুঞ্জৰ মাজত সংযোগৰক্ষাকাৰী সামুদ্রিক অপটিকেল ফাইবাৰ কেবল স্থাপনৰ প্ৰচেষ্টাক আদৰণি জনাইছে। দুয়োখন দেশে নিৰ কৌশলযোৱা গুৰুত্বৰ বিষয়টোৰ প্ৰতি বিবেচনা কৰি সমুদ্রৰ তলেৰে ফাইবাৰ কেবল স্থাপন সম্পৰ্কীয় কাৰ্যসূচী আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু অধিক সহযোগিতা আগবঢ়াব।

ইলেকট্রনিক ইক ছিষ্টে

বৈদ্যুতিন উপকৰণ আৰু সাসৰঞ্জাম নির্মাণক্ষেত্ৰত উভয় দেশৰ মাজত এক অংশীদাৰিত্বমূলক ব্যস্থা গঢ়ি তুলিবলৈ সন্মত হৈছে। দুয়োখন দেশৰ বৈদ্যুতিন সাসৰঞ্জাম নির্মাতা সংস্থাসমূহৰ মাজত সহযোগিতা গঢ়ি তোলাৰ ওপৰতো জোৰ দিয়া হৈছে।

ডিজিটেল কর্পৰেট অংশীদাৰিত্ব

দূৰসংযোগ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ যোগাযোগ মন্ত্ৰালয় আৰু জাপানৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ইয়া ফল ভাৰত আৰু জাপানৰ মাজত তথ্যপ্রযুক্তি ক্ষেত্ৰত কৰ্পৰেট আৰু বাণিজ্যিক যোগসূত্র বৃদ্ধি পাব। ভাৰতৰ নেছকম অৰ্থাৎ নেচনেএছচিয়েচন অৱ ফটৱেএণ্ড ছার্ভিচেছ কোম্পানী আৰু জাপানৰ প্রিফেকচাৰ গর্ভমেন্ট অৱ হিৰোছিমা জাপান প্রথম তথ্যপ্রযুক্তি কৰিড স্থাপন কৰিছে। এই ধৰৰ কৰিডৰ স্থাপনৰ উদ্দেশ্য হ, হার্ডৱে ক্ষেত্ৰত জাপানৰ সক্ষমতা আৰু ফটৱে ক্ষেত্ৰত ভাৰতৰ দক্ষতাক কামতগাই যুটীয়াভাবে এক বিশ্ব বজাৰ ব্যস্থা গঢ়ি তোলা।

কৃষি, খাদ্য প্রস্তুতকৰণ, খাদ্য নিৰাপত্তা, বনাঞ্চল আৰু মীনপালনৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত সহযোগিতা

কৃষি

ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু জাপানৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মাজত স্বাক্ষৰিত সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তিৰ ওপৰ ভিত্তি কৰি যৌথ কর্মীগো গঠন কৰা হৈছে। এই বুজাবুজি চুক্তিখন ২০১৬ৰ ১১ নৱেম্বৰ ভাৰতৰ প্রধানমন্ত্রীৰ জাপান ভ্ৰমণকাল স্বাক্ষৰিত হয়। এই কর্মীগোৰ প্রথম বৈঠক ২০১৭ৰ ৬ নৱেম্বৰ অনুষ্ঠিত হয়। যি তিনিটা ক্ষেত্র সহযোগিতাৰ বাবে চিহ্নিত হৈছে সেইবোৰকৃষি উৎপাদনশীলতা, খাদ্য প্রস্তুতকৰণ আৰু মীনপালন৷

কৃষি আৰু মীনপালনৰ ক্ষেত্ৰত ভাৰতত জাপানৰ বিনিয়োগ বৃদ্ধিত যৌথ কৰ্মীগোটৰ প্রথম বৈঠকৰ সিদ্ধান্তৰ ওপৰ ভিত্তি কৰি দুয়োখন দেশৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মাজত এ সম্পৰ্কীয় বিভিন্ন পদক্ষেপক লৈ আলোচনা হয়এই লক্ষ্যৰে যোৱা ২৯ অক্টোবৰখন চুক্তি স্বাক্ষৰিত হয়এই কাৰ্যসূচীৰ প্রথম বিনিয়োগ হিচাপে খাদ্য সম্পৰ্কীয় তেনেংগানা মেগা প্রজেক্টটো চিহ্নিত কৰা হয়।

ভাৰতজাপান কৃষি উৎকর্ষ কেন্দ্র

জাপানী প্রযুক্তি ব্যহাৰ কৰি ভাৰতত কৃষি উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ জাপানে কিদৰে সহা কৰিব পাৰে তাক লৈ উভয় দেশৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মাজত আলোচনা হৈছে। এই লক্ষ্যৰে ভাৰতজাপান কৃষি উৎকর্ষ কেন্দ্র স্থাপনৰ সিদ্ধান্ত লোৱা হয়এই কেন্দ্র জাপানী প্রযুক্তিসমূহ তুলি ধৰা হব।

গৱেষণামূলক সহযোগিতা

জাপানৰ ইণ্টাৰ নেচনেল ৰিছাৰ্চ চেণ্টাৰ ফৰ এগ্রিকালচাৰ ছায়েন্সেছ আৰু ভাৰতৰ কৃষি গৱেষণা পৰিষদ বা আইচিএআৰৰ মাজত যোৱা ৯ ফেব্রুৱাৰী যৌথ গৱেষণামূলক এটি গৱেষণাপত্র স্বাক্ষৰিত হয়দুই প্রতিষ্ঠানৰ মাজত এ সম্পৰ্কীয় প্রথম বৈঠক হাৰিয়ানাৰ কার্নাল যোৱা ১৫ জুন অনুষ্ঠিত হয়। এই বৈঠক কম খৰচতে ভূগৰ্ভৰ পানী উত্তোলন ব্যস্থাৰ উন্নয়ন, স্থায়ীভাৱে কৃষি উৎপাদন বৃদ্ধি, লুনীয়া মাটিৰ স্থানসমূহত জলসিঞ্চন প্রযুক্তি আৰু লুনীয়া ভূমিত শস্য উৎপাদন সম্ভৰি তোলাৰ দৰে আঞ্চলিক জলসিঞ্চনৰ উন্নয়নক লৈ আলোচনা কৰা হৈছে।

খাদ্য প্রস্তুতকৰণ

. বিশ্ব খাদ্য উৎস, ভাৰত২০১৭

২০১৭ত ভাৰতত আয়োজিত বিশ্ব খাদ্য উৎসৱত অংশীদাৰ দেশ হিচাপে জাপানে অংশগ্ৰহণ কৰেএই উৎসৱত জাপানী প্রতিনিধি দলৰ নেতৃত্ব দিছিল সেই দেশৰ কৃষি, বনাঞ্চল আৰু মীনপালন বিভাগৰ ৰাজ্যিক মন্ত্রী শ্ৰীযুত তানিয়ায়। প্রায় ৬০টা জাপানী সংস্থা এই উৎসৱত অংশ লয়৷

. ভাৰতৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয় আৰু জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয়ৰ মাজত যোৱা ২৯ অক্টোবৰ সহযোগিমূলক বুজাবুজি চুক্তি আৰু এ সম্পৰ্কীয় নথিপত্র বিনিময় কৰা হয়

. ভাৰতৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয় আৰু জাপানী আইএই ফুড সংস্থাৰ মাজত যোৱা ১৩ মার্চ প্রথম বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

সম্পৰ্কীয় আৰু এখন বুজাবুজি চুক্তি ভাৰতৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয় আৰু দুই জাপানী সংস্থাকাগমে আৰু নিছান ষ্টিলৰ মাজত যোৱা ২৯ অক্টোবৰ স্বাক্ষৰিত হয়।

জাপান ভাৰতীয় বজাৰ সমীক্ষাৰ বাবে খাদ্য সংস্থাসমূহৰ সংগঠন

জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয়ে বিশ্ব খাদ্যশৃংখল ব্যস্থাৰ উন্নয়নৰ প্রসাৰ গুৰুত্ব আৰোপ কৰিছেবিশ্ব খাদ্যশৃংখল ব্যস্থাৰ প্রসাৰ যোৱা মার্চ মাহত ভাৰতীয় উপসমিতিৰ সৈতে জড়িত ৰকাৰীবেৰকাৰী পৰিষদৰ বৈঠক আয়োজন কৰা হয়। এই পৰিষদৰ সদস্য সংখ্যা প্রায় ৪০০

যোৱা মে মাহত খাদ্য সম্পৰ্কীয় ভাৰতজাপান বাণিজ্য পৰিষদশুভাৰম্ভ কৰা হয়

খাদ্য নিৰাপত্তা

ভাৰতৰ খাদ্য নিৰাপত্তা আৰু গুণমান কর্তৃপক্ষ আৰু জাপানৰ খাদ্য নিৰাপত্তা আয়োগ, উপভোক্তা এজেন্সি, স্বাস্থ্য, শ্রম আৰু শ্রমিক কল্যাণ মন্ত্ৰালয়ৰ মাজত যোৱা ২৯ অক্টোবৰ সহযোগিতামূলক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়

বনাঞ্চল

ভাৰতৰ পৰিৱেশ, বন তথা জলবায়ু পৰির্তন মন্ত্ৰালয় আৰু জাপানৰ কৃষি, বন আৰু মীনপালন মন্ত্ৰালয়ৰ মাজত ২০১৫ৰ ১১ ডিচেম্বৰ স্বাক্ষৰিত সহযোগিতামূলক বুজাবুজি চুক্তি অনুযায়ী যৌথ কৰ্মীগোট গঠন কৰা হয়। এই বুজাবুজি চুক্তি অনুযায়ী সহযোগিতামূলক ক্ষেত্র হিচাপেটা বিষয় চিনাক্ত কৰা হৈছে। সেইবোৰ মানসম্পদ উন্নয়ন আৰু প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ মাজত প্রতিষ্ঠানগত আদানপ্রদান; বনাঞ্চলৰ সুস্থ বিকাশ আৰু পৰিচালনা; বনাঞ্চল সংৰক্ষণ উদ্যোগ বৃদ্ধি কৰা আৰু বনাঞ্চল দুৰ্যোগ প্রতিৰোধ; জৈ বৈচিত্ৰৰ সংৰক্ষণ; বনজ সম্পদৰ কার্যকৰীদ ব্যৱহাৰ; বন সংৰক্ষণ আৰু পৰিচালনা সম্পৰ্কীয় প্রাসংগিক প্রযুক্তিসমূহউপযুক্ত প্রয়োগ আৰু অৰণ্য ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন।

যোৱা ২৩ জুলাই যৌথ কৰ্মীগোটৰ তৃতীয় বৈঠক ২০১৮ৰ পৰা ২০২২ পর্যন্ত সময় মতে বনাঞ্চল সংৰক্ষণ ক্ষেত্ৰত ভাৰতাপান ভৱিষ্যৎ পৰিকল্পনা প্ৰস্তুত সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰা হয়

মীনপালন

মানুহে খাদ্যৰ বাবে মাছ আৰু মীনপালনজাত সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰি প্রয়োজনীয় প্ৰশংসাপত্র যোৱা মার্চ মাহত লাভ কৰে৷

মিছা আৰানে ৰাষ্ট্ৰীয় অন্যান্য মাছ জাপানৰ পৰা ভাৰতলৈ ৰপ্তানি কৰিবলৈ প্রয়োজনীয় প্ৰমানপত্র যোৱা অক্টোবৰ মাহত লাভ কৰে

জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা। সেইদৰে বেৰকাৰি সংস্থাসমূহৰ কামকাজ অন্ধ্রপ্রদেশ জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয় আৰু ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ মাজত কৃষি আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ ক্ষেত্ৰত সহযোগিতামূলক বুজাবুজি চুক্তি ২০১৬ৰ ৩০ জুলাই স্বাক্ষৰিত হয়।

অন্ধ্রপ্রদেশ চৰকাৰ আৰু জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয়ৰ মাজত শীতলীগৃহ স্থাপন সম্পৰ্কীয় এক মাষ্টাৰ প্লেপ্ৰস্তুতৰ বাবে যোৱা ২৫ অক্টোবৰ এক সহযোগিতামূলক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়

মহাৰাষ্ট্র জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয়ৰ সৈতে মহাৰাষ্ট্র ৰকাৰৰ সহযোগিতামূলক বুজাবুজি চুক্তি ২৯ অক্টোবৰস্বাক্ষৰিত হয়৷ উত্তৰপ্রদেশ ৰকাৰৰ সৈতেও যোৱা ২৬ অক্টোবৰ জাপানৰ কৃষি, বনাঞ্চল আৰু মীনপালন মন্ত্ৰালয়ৰ সৈতে সহযোগিতামূলক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সি

 

অন্ধ্রপ্রদেশ দ্বিতীয় পর্যায় কৃষি আৰু জীজীৱিকাৰ উন্নয়ন কাৰ্যসূচীৰ বাবে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সি আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত ২০১৭ৰ ১৩ ডিচেম্বৰ চুক্তি স্বাক্ষৰিত হয়৷

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সি আৰু জাপানে ভাৰতীয় দূতাবাসৰ মাজত হিমাচলপ্রদেশ বনাঞ্চলৰ সংৰক্ষণ আৰু জীজীৱিকাৰ মান উন্নয়নমূলক কাৰ্যসূচী গ্রহণৰ লক্ষ্যৰে ২৯ মার্চ চুক্তি স্বাক্ষৰিত হয়

সমবায় সমিতিৰ জৰিয়তে দুগ্ধপালনৰ সৈতে জড়িত লোকসকলৰ জীজীৱিকাৰ মান উন্নয়নত জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সিয়ে যোৱা জুলাই মাহত সমীক্ষাৰ কা আৰম্ভ কৰিছে।

ভাৰতজাপান নিৰাপত্তা আৰু প্রতিৰক্ষা সহযোগিতা

২০০৮ চনত নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় ভাৰতজাপান যৌথ ঘোষনাপত্র প্রকাশৰ পাছপৰা অভিন্ন নিৰাপত্তাৰ লক্ষ্যৰে যৌথ প্রচেষ্টা গ্রহণ যোৱা দশক লক্ষণীয় অগ্রগতি লাভ কৰিছে। প্রয়োজনীয় প্রতিষ্ঠানগত ব্যস্থা গ্রহণৰ জৰিয়তে উভয় দেশে দ্বিপাক্ষিক নিৰাপত্তা আৰু প্রতিৰক্ষা সহযোগিতা আৰু অধিক নিবিড় কৰাৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰিছে। প্রতিৰক্ষা মন্ত্রী পর্যায়ৰ বার্ষিক বৈঠকৰ সমান্তৰালভাৱে প্রতিৰক্ষা নীতি সম্পৰ্কীয় আলোচনা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পর্যায় আলোচনা, সেনাবাহিনীৰ বিভিন্ন শাখাৰ প্রধানসকলৰ মাজত আলোচনা আৰম্ভ হৈছে। তদুপৰি, দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত যৌথ অনুশীলতত অংশ লৈছে। মালাবাৰ অনুশীলনৰ গুৰুত্ব উভয় দেশতে অগ্রাধিকাৰ লাভ কৰিছে। জাপানৰ প্রতিৰক্ষা বাহিনী আৰু ভাৰতীয় সেনাবাহিনী সন্ত্রাস বিৰোধী অভিযানৰ ক্ষেত্ৰত যৌথ অনুশীলন চলাই থকা হৈছে।

আঞ্চলিক শান্তি আৰু সুস্থিৰতা ৰক্ষাৰ্থে ভাৰতপ্রশান্ত মহাসাগৰীয় অঞ্চলত পাৰস্পৰিক সহায়তা আৰু সামুদ্রিক নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্প্রসাৰণৰ জৰিয়তে ভাৰত আৰু জাপান সামুদ্রিক নিৰাপত্তাৰ সহযোগিতা গঢ়ি তোলা হৈছে। দুয়োখন দেশৰ প্রধানমন্ত্রীৰ মাজত ত্রয়োদশ শীর্ষ বৈঠক ভাৰতীয় নৌবাহিনী আৰু জাপানৰ নৌবাহিনীৰ মাজ সহযোগিতাক অধিক সুদৃঢ় কৰাৰ বাবে স্বাক্ষৰিত চুক্তি আদৰণি জনোৱা হৈছে। দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত এ ধৰৰ সহযোগিতা কৌশলগত সম্পর্ক অধিক জোৰদাৰ কৰিব। ভৱিষ্যৎ দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত প্রতিৰক্ষা সাসৰঞ্জাম আৰু প্রযুক্তিৰ আদানপ্রদান ব্যাপক সুযোগ আৰু সম্ভানা প্ৰকট হৈছে।

কার্যকৰী পৰিকাঠামো

ভাৰত আৰু জাপানৰ মাজত প্রতিৰক্ষা সহযোগিতা ২০০৮ চনত প্রতিৰক্ষা সহযোগিতা সম্পৰ্কীয় যৌথ ঘোষণাপত্র আৰু প্রতিৰক্ষা সহযোগিতা আৰু বিনিময় সম্পৰ্কীয় বুজাবুজি চুক্তিৰ পৰ ভিত্তি কৰি পৰিচালিত হয়

ভাৰতীয় নৌবাহিনী আৰু জাপানৰ সেনাবাহিনীৰ মাজত সহযোগিতাকে আৰু অধিক সুদৃঢ় কৰিবলৈ অক্টোবৰ মাহত চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ ফল তথ্য আদানপ্রদানৰ সমান্তৰালভাৱে দুয়োখন দেশৰ নৌবাহিনীৰ মাজত যৌথ অনুশীলনলোৱাৰ পদ্ধতি নির্ধাৰণ কৰা আৰু সহজ হব।

বর্তমান পৰিস্থিতি

২০০৬ চনৰ মে মাহত প্রতিৰক্ষা মন্ত্রী পর্যায়বার্ষিক বৈঠক আৰম্ভ হৈছিল। যোৱা গষ্ট মাহত ভাৰতত প্রতিৰক্ষা মন্ত্রী পর্যায়ৰ বার্ষিক বৈঠক অনুষ্ঠিত হয়। ২০০৭ৰ এপ্রিলপ্রতিৰক্ষা নীতি সম্পৰ্কীয় আলোচনা টকি আৰম্ভ হৈছিলষষ্ঠ প্রতিৰক্ষা নীতি সম্পৰ্কীয় আলোচনা আৰু মন্ত্ৰী পর্যায়ে ২+২ বৈঠক যোৱা জুন মাহত নতুন দিল্লীত অনুষ্ঠিত হয়।

ভাৰত আৰু জাপানৰ সেনা বাহিনীৰ তিনিটা শাখাৰ প্রধানসকলৰ মাজত আলোচনা বর্তমান চলি ছে। যোৱা জানুৱাৰী দিল্লীত ভাৰতীয় নৌবাহিনী আৰু জাপানৰ নৌবাহিনীৰ প্রধানসকলৰ মাজত সপ্তম বৈঠক অনুষ্ঠিত হয়। ভাৰতীয় বিমানবাহিনী আৰু সেই দেশৰ বিমানবাহিনীৰ প্রধানসকলৰ বৈঠক যোৱা জুন মাহত দিল্লীত অনুষ্ঠিত হয়। ভাৰতীয় বিমানবাহিনী আৰু সেই দেশৰ বিমানবাহিনীৰ মাজত উচ্চ পর্যায়ৰ পঞ্চম বৈঠক অহা বছৰ ভাৰতত অনুষ্ঠিত হব। দুয়োখন দেশৰ উপকূলৰক্ষী বাহিনীৰ মাজত উচ্চ পর্যায় আলোচনা চলিত ৰ্ষত নতুন দিল্লীত অনুষ্ঠিত হয়।

যৌথ অনুশীলন : ভাৰতজাপান নৌবাহিনীৰ মাজত অনুশীলন প্রায়েই অনুষ্ঠিত হৈ থাকে। এ ধৰৰ অনুশীলনৰ মাজত ত্রিপাক্ষিক মালাবাৰ অনুশীলন আটাইতকৈ উল্লেখযোগ্য। মালাবাৰ অনুশীলন ২০১৮, যোৱা জুন মাহত গুয়াম অনুষ্ঠিত হয়। পাঁচ বছৰ পাছত চলিত অক্টোবৰ মাহত বিশাখাপট্টনমত ভাৰতীয় নৌবাহিনী আৰু জাপানৰ নৌবাহিনীৰ মাজত দ্বিপাক্ষিক অনুশীলনৰ আয়োজন কৰা হয়। তদুপৰি, একাধিক অনুশীলন ভাৰতীয় নৌ, বিমান আৰু সেনাবাহিনী সেই দেশৰ সংশ্লিষ্ট বাহিনীৰ সৈতে অংশ লৈ আহিছে৷ ২০১৭ৰ নৱেম্বৰ মাহত জাপানমার্কিন কমন ইণ্টিগ্রেন ইমার্জেন্সি অনুশীলন ভাৰত প্রত্যক্ষদৰ্শী দেশ হিচাপে অংশ গ্ৰহণ কৰে৷

প্রতিৰক্ষা সাসৰঞ্জাম আৰু প্রযুক্তিগত সহযোগিতা

যোৱা এপ্রিল মাহত চেন্নাই আয়োজিত প্রতিৰক্ষা প্রদর্শনীতে জাপানৰ প্রতিৰক্ষা মন্ত্ৰালয়ৰ বিভিন্ন বিভাগে অংশ য়।

২০১৪ চনত প্রতিৰক্ষা সাসঁজুলি আৰু প্রযুক্তিগত সহযোগিতাৰ লক্ষ্যৰে গঠিত যৌথ কৰ্মীগোটেতিয়ালৈকে চাৰিবাৰ বৈঠক মিলিত হৈছে। চতুর্থ বৈঠক যোৱা জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত হয়। ভাৰতৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’) আৰু জাপানৰ প্রযুক্তি, প্রতিৰক্ষা সাসৰঞ্জাম সংগ্রহ সম্পৰ্কীয় সংস্থাৰ মাজত সহযোগিতামূলক গৱেষণাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰা হৈছে। যোৱা জুলাই মাহত এই চুক্তি স্বাক্ষৰিত হয়।

ভাৰত আৰু জাপানৰ মাজত প্রতিৰক্ষা উদ্যোগ প্ৰতিষ্ঠানসমূহৰ প্রথম বৈঠক ২০১৭ৰ ছেপ্টেম্বৰ মাহত টকি আয়োজিত প্রতিৰক্ষা সাসৰঞ্জাম আৰু প্রযুক্তিগত সহযোগিতা সম্পৰ্কীয় যৌথ কৰ্মীগোটৰ তৃতীয় বৈঠকৰ সৈতে একেলগে আয়োজিত হয়। সেই কৰ্মীগোটৰ চতুর্থ বৈঠকৰ সমান্তৰালভাৱে এক মতবিনিময় সভাৰ আয়োজন কৰা হয়, জাপানৰ প্রতিৰক্ষা উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে ব্যবসায়িক আলোচনা হয়।

দুৰ্যোগজনিত ক্ষতিশংকা হ্রাসৰ ক্ষেত্ৰত ভাৰতজাপান সহযোগিতা

বিশ্বৰ অন্যতম দু দুৰ্যোগপ্রণ দেশ হিচাপে ভাৰত আৰু জাপানে দুৰ্যোগজনিত ক্ষতিশংকা হ্রাসৰ ক্ষেত্ৰত ছেণ্ডাই ফ্রেমর্ক সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণ সহযোগিতা আগবঢ়াইহিছে। ২০১৬ৰ নৱেম্বৰ নতুন দিল্লীত আয়োজিত দুৰ্যোগজনিত ক্ষতিশংকা হ্রাস সম্পৰ্কীয় এছিয়াৰ দেশসমূহৰ মন্ত্ৰীপর্যায়ৰ বৈঠকৰ ফলস্বৰুপে যোৱা জানুৱাৰী মাহত ভাৰতে দুৰ্যোগজনিত ক্ষতিশংকা হ্রাস সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক কর্মশালাৰ আয়োজন কৰে। এই কর্মশালাত জাপানকে ধৰি বিশ্বৰ ২০খন দেশে অংশগ্ৰহণ কৰেন্ত্ৰী পর্যায়ৰ সেই বৈঠক ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছিল যে দুৰ্যোগপ্ৰতিৰোধী আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ভাৰতে অন্যান্য দেশ আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰতি আগ্রহী।

২০১৭ৰ ছেপ্টেম্বৰ প্রধানমন্ত্রী আবেৰ ভাৰত ভ্ৰমণৰ সময় দুৰ্যোগজনিত ক্ষতিশংকা হ্রাসৰ ক্ষেত্ৰত ভাৰতজাপানৰ মাজৰ সহযোগিতা এক নতুন গতি লাভ কৰেসেই দেশৰ প্রধানমন্ত্রীৰ ভাৰত ভ্ৰমণৰ সময় দুৰ্যোগজনিত ক্ষতিশংকা হ্রাসৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰত ৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু জাপান ৰকাৰৰ কেবিনেট কার্যালয়ৰ মাজত এক দ্বিপাক্ষিক সহযোগিতা গঢ়ি তোলাৰ কথা ঘোষণা কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যস্থাপনা প্ৰাধিকৰণ (এনডিএমএ)ক এই সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণ প্রধান দায়িত্ব দিয়া হয়। সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তিৰ অধীনত দুৰ্যোগজনিত ক্ষতিশংকা হ্রাস বিষয়ক ভাৰতজাপান প্রথম কর্মশালা যোৱা মার্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হয়এই কর্মশালাত দুৰ্যোগৰ ক্ষেত্ৰত আগতীয়া প্রস্তুতি হিচাপে জাপানৰ বিভিন্ন প্রযুক্তি তথা আগজাননীকে ধৰি তেওঁলোকৰ অভিজ্ঞতা ভাৰতীয় কর্তৃপক্ষৰ সৈতে বিনিময় কৰা হয়।

সম্পৰ্কীয় দ্বিতীয় কৰ্মশালা যোৱা ১৫ অক্টোবৰ টকি আয়োজিত হয়। শিৱিৰত গুৰুত্বপূর্ণ যি তিনটি বিষয়েৰ ওপৰ সৰ্বাধিক অগ্রাধিকাৰ দিয়া হয় সেইবোৰ, দুৰ্যোগ সম্পৰ্কীয় অনুশীলন আৰু প্রশিক্ষণ; চলিত বৰ্ষত দুয়োখন দেশ একাধিক বিধ্বংসী বানপৰিপ্রেক্ষিত পৰিৱেশগত আকস্মিক ঘটনা আৰু নীতি তথা প্রযুক্তিগত দিশৰ পৰা আগতীয়া সতর্কতামূলক ব্যস্থা কৰা হয়

ভাৰতজাপান বিজ্ঞান আৰু প্রযুক্তি তথা শিক্ষা বিষয়ক সহযোগিতা

কার্যকৰী কাঠামো ব্যস্থা

ভাৰতজাপান বিজ্ঞান আৰু প্রযুক্তি সহযোগিতা ১৯৮৫ চনত আন্তঃৰকাৰী চুক্তি স্বাক্ষৰৰ জৰিয়তে চূড়ান্ত হয়। দ্বিপাক্ষিক এই সহযোগিতা ১৯৯৩ চনত ভাৰতজাপান বিজ্ঞান পৰিষদ গঠনৰ জৰিয়তে আৰু অধিক প্রসাৰিত হয় তিয়ালৈকে এই পৰিষদৰ ১৯খন বৈঠক অনুষ্ঠিত হৈছে। ২৫০টা যৌথ প্ৰকল্পত সহায় আগবঢ়াইছে, বিজ্ঞানীসকলে ১৬০০ বাৰ পাৰস্পৰিক দেশ ভ্রমণ কৰিছে, ৬৫খন যুটীয়া আলোচনাচক্ৰ অনুষ্ঠি কৰা হৈছে। সেইদৰে, মহাদেশীয় পর্যায় ৯ট শিক্ষা বিষয়ক আলোচনাচক্ৰও অনুষ্ঠিত হৈছে।

শেহতীয়া প্ৰচেষ্টাৱলী

যোগাযোগ আৰু তথ্যপ্রযুক্তি ক্ষেত্ৰত টকি বিশ্ববিদ্যালয় আৰু বোম্ব আইআইটিৰ মাজত ইণ্টাৰনেট অৱ থিং, কৃত্রিম বুদ্ধিমত্তা আৰু বিগ ডেটা নালাইটিক্স দৰে বিষয় যৌথ গৱেষণাৰ সিদ্ধান্ত হৈছে। তদুপৰি টকিঅবিশ্ববিদ্যালয় আৰু আইআইটি হায়দৰাবাদৰ মাজত স্থায়ী শস্য উৎপাদনৰ বাবে বিজ্ঞানভিত্তিক চাষাবাদ ব্যস্থায় সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্যান্য প্ৰচেষ্টাৱলীভিতৰছে তৰুণ গৱেষকসকলৰ ফেলোশ্বিপ কাৰ্যসূচীৰ বাবে কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি দপ্তৰ আৰু জাপান চাইটি ফৰ দ্যা প্রমোন অৱ চায়েন্স সংস্থাৰ সহযোগিতা; ধাত পদার্থৰ আধুনিক গৱেষণাৰ বাবে দ্বিতীয় পর্যায়ৰ ইণ্ডিয়ান বিম লাইন কাৰ্যসূচী ৰূপায়ণ বুজাবুজি চুক্তি আদি

স্থায়ী উন্নয়ন কাৰ্যসূচীৰ বাবে বিজ্ঞানপ্রযুক্তি গৱেষণা অংশীদাৰিত্বৰ অধীনত উদীয়মান দেশসমূহৰ বাবে স্মার্ট চিটী গঢ়ি তোলা সম্পৰ্কীয় এক প্রকল্প ২০১৭ আৰম্ভ কৰা হৈছে।

বিজ্ঞান ক্ষেত্ৰত জাপানছিয়া যু বিনিময় কাৰ্যসূচীৰ অধীনত ২০১৭ৰ এপ্রিলৰ পৰা মার্চলৈকে ৬৫৫ জন ছাত্রছাত্রী তথা তত্ত্বাধায়কে জাপান ভ্ৰমণ কৰিছে। কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি দপ্তৰৰ মনোনীত ৩৯ জন ছাত্রছাত্রীয়ে এই কাৰ্যসূচীৰ অধীনত যোৱা মে মাহত জাপান ভ্ৰমণ কৰে

জাপানৰ ছুকুবা ডভান্সড ইণ্টাৰনেচনেল লেবৰেৰী ফৰ ডভান্সড বামেডিচিন প্রতিষ্ঠান স্থাপন কৰা হয়ৰেদৰে ভাৰতত ঔষধি গৱেষণা আৰু ভেষজ চিকিৎসাৰ বাবে ছিক্স ছিষ্টাৰ্ছ বা ছেটেলাইট ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ স্পেছিয়েল ট্রেনিং এডুকেশন ণ্ড ৰিছার্চ প্রতিষ্ঠান স্থাপন। ২০১৬ৰ নৱেম্বৰভাৰতৰ ভূবিজ্ঞান মন্ত্ৰালয় আৰু জাপানৰ মেৰিনআর্থ ছায়েন্স ণ্ড টেকনোজি এজেন্সিৰ মাজত মহাসাগৰ তথা ভূবিজ্ঞান আৰু প্রযুক্তি কাৰ্যসূচীৰ অধীনত সহযোগিতা গঢ়ি তোলাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ভাৰতৰ জৈ প্রযুক্তি বিভাগ আৰু জাপানৰ সংশ্লিষ্ট প্রতিষ্ঠানৰ মাজত ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ট্রান্সনেচনেণ্ড এনভায়ৰনমেণ্টেল ৰিছার্চৰ বাবে এক যৌথ গৱেষণামূলক চুক্তি স্বাক্ষৰ কৰা হৈছে। ২০১৭ হেভী আয়ন ৰেডি থেৰাপি ক্ষেত্ৰত নেচনেল ইনষ্টিটিউট ফৰ কোৱাণ্টাম ণ্ড ৰেডিলজিকেছায়েন্স ণ্ড টেকনোলজি আৰু কলকাতাস্থিত টাটা মেডিকেচেণ্টাৰৰ মাজত সহযোগিতামূলক বুজাবুজি চুক্তি হৈছে। ভাৰতৰ মহাকাশ বিভাগ আৰু ইৰো তথা জাপানৰ শিক্ষা, সংস্কৃতি, ক্রীড়া, বিজ্ঞান আৰু প্রযুক্তি মন্ত্ৰালয়ে যুটীয়াভাবে ২০১৭ৰ নৱেম্বৰ বাংগালুৰুত এছিয়াপ্রশান্ত মহাসাগৰীয় আঞ্চলিক মহাকাশ এজেন্সি ফৰামৰ ২৪তম বৈঠক আয়োজন কৰে।

গৱেষণা আৰু শিক্ষামূলক অংশীদাৰিত্ব

জাপানৰ ৰিটছুমেইকান বিশ্ববিদ্যালয় গ্ৰেজুয়েট স্কুল অৱ ইনফৰমেছায়েন্স ণ্ড ইঞ্জিনিয়াৰিং, সেই দেশৰ ওমৰন কর্পোৰেন আৰু ভাৰতৰ হায়দৰাবাদ আইআইটিৰ মাজত শিক্ষানবীশ প্রকল্প বিষয়ক এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয়ৰ সৈতে ভাৰতৰ ৮খন প্রতিষ্ঠানৰ চুক্তি আৰু বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ইয়াভিতৰত ছে ভাৰতৰ চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ৰিছার্চ ইনষ্টিটিউট আৰু জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয়ৰ মাজত গৱেষণা, শিক্ষা আৰু শিক্ষামূলক বিনিময়ৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা

জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয় আৰু ভাৰতৰ বিলা ইনষ্টিটিউট অৱ টেকনোলজি ণ্ড ছায়েন্স প্রতিষ্ঠানৰ মাজত শিক্ষামূলক বিনিময় চুক্তি স্বাক্ষৰ। হিৰোছিমা বিশ্ববিদ্যালয় আৰু বোম্বে আইআইটি মাজত আৰু এক চুক্তি স্বাক্ষৰিত হৈছে।

পশ্চিমবংগৰ হাওৰাস্থিত শিপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং ছায়েন্স ণ্ড টেকনোলজি আৰু জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয়ৰ সৈতে শিক্ষামূলক বিনিময়ৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ভাৰতৰ আমেদাবাদ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টে নেধৰৰ এক চুক্তি হিৰোছিমা বিশ্ববিদ্যালয়ৰ সৈতে স্বাক্ষৰ কৰিছে। দিল্লী আইআইটিৰ সৈতেও হিৰোছিমা বিশ্ববিদ্যালয়ৰ এনেধৰণৰ এক চুক্তি স্বাক্ষৰিত হৈছে। হায়দৰাবাদ আইআইটি আৰু হিৰোছিমা বিশ্ববিদ্যালয়ে শিক্ষামূলক বিনিময়ৰ এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

জাপানৰ নাগাওকা প্রযুক্তি বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু নিউক্লিয়াৰ চিষ্টেছেফটি ইঞ্জিনিয়াৰিং বিভাগ ভাৰতৰ তিৰুপতি আইআইটিৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু ইন্দোৰ আইআইটিৰ স্কুল অৱ ইঞ্জিনিয়াৰিং ডিচিপ্লিন অৱ মেটালার্জি ইঞ্জিনিয়াৰিং বিভাগৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে।

টকিঅইনষ্টিটিউট অৱ টেকনোলজিৰ ইনোভেটিভ ৰিছার্চ ইনষ্টিটিউট আৰু ভাৰতৰ বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদৰ মাজত চলিত অক্টোবৰ মাহত এক চুক্তি স্বাক্ষৰিত হৈছে। তদুপৰি জাপানৰ নেচনেল ইনষ্টিটিউট অৱ পোলাৰ ৰিছার্চ আৰু ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ পোলাৰ ণ্ড অছেন ৰিছার্চ প্রতিষ্ঠানৰ মাজত মেৰু অঞ্চলত গৱেষণামূলক কাকাজৰ বাবে সহযোগিতা বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

ৱিষ্যৎ পৰিকল্পনা

উভয় দেশে জলবায়ু আৰু মহাসাগৰীয় গতিবিধিৰ ক্ষেত্ৰত যৌথ গৱেষণাৰ প্রস্তাৱ গ্ৰহণ কৰিছে। তথ্য আৰু যোগাযোগ প্রযুক্তি ক্ষেত্ৰত ভাৰতজাপান যৌথ গৱেষণা কাৰ্যসূচীৰ অধীনত দুয়োখন দেশৰ সংশ্লিষ্ট প্রতিষ্ঠানসমূহেৱিষ্যতেও পাৰস্পৰিক সহযোগিতা বজা ৰাখিবলৈ গৱেষণামূলক উদ্যোগ গ্রহণৰ ক্ষেত্ৰত চিন্তাচৰ্চাৰিছে। ২০২০ চনত গোড়াৰ দিশত মেৰু প্রদেশ যৌথ সমীক্ষা চলোৱাক্ষেত্ৰতো দুয়োখন দেশৰ সংশ্লিষ্ট প্রতিষ্ঠানসমূহ সন্মত হৈছে।

ভাৰতত জাপানী ভাষা শিক্ষাৰ প্রসাৰ

ভাৰতত বিগত কেইবাবছৰ ধৰি জাপানী ভাষা দক্ষ বৃত্তিৰ ক্রমর্ধমান চাহিদাৰ পৰিপ্রেক্ষিত ভাৰত আৰু জাপানৰ প্রধানমন্ত্রীসকলে বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাকে আৰু অধিক সম্প্রসাৰিত আৰু নিবিড় কৰিবলৈ ভাৰতত জাপানী ভাষা শিক্ষাৰ প্রয়োজনীয়তাৰ গুৰুত্বক স্বীকাৰ কৰিছে। ভাৰতত জাপানী ভাষা শিক্ষাৰ প্রসাৰ ২০১৭ৰ ১৪ ছেপ্টেম্বৰ জাপানৰ প্রধানমন্ত্রীৰ ভাৰত ভ্ৰমণকাল এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই বুজাবুজি চুক্তি অনুসৰি ভাৰতত জাপানী ভাষাৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্র স্থাপনৰ কথা উল্লেখ ছে। লগতে কোৱা হৈছে যে অহা ৫ বছৰ দেশ ১ হাজাৰ শিক্ষক জাপানী ভাষা প্রশিক্ষণ দিয়া হব আৰু নতুন ১০০টা জাপানী ভাষাশিক্ষা পাঠ্যক্রম আৰম্ভ কৰা হব।

স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি জাপানী ভাষাৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্র যোৱা জুলাই মাহত নতুন দিল্লীতে স্থাপন কৰা হৈছে। প্রাথমিকভাবে এই প্রশিক্ষণ কেন্দ্রটোৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মানসম্পদ উন্নয়ন কেন্দ্র স্থাপন কৰা হৈছে।

জাপানী ভাষা জনা ব্যক্তিসকলৰ প্রশিক্ষণৰ বাবে তিনি মাহৰ এটি পাঠ্যক্ৰম যোৱা ২৩ জুলাই আৰম্ভ কৰা হয়। তিনিতৰপীয়া এই প্রশিক্ষণ পাঠ্যক্ৰমত জাপানী ভাষা আৰু অধিক দক্ষ কৰি তোলাৰ ওপৰ গুৰুত্ব দিয়া হয়। যোৱা ১২ অক্টোবৰ এই পাঠ্যক্রম সফলতাৰে শেষ হয়প্রশিক্ষণ পর্ব বিভিন্ন ধৰণৰ প্ৰশিক্ষণ পদ্ধতিকে ধৰি শ্রেণীকোঠাত শিক্ষাদানৰ পন্থা পদ্ধতিৰ ক্ষেত্ৰত সংশ্লিষ্ট প্রশিক্ষনৰত ব্যক্তিসকলক দক্ষ কৰি তোলা হয়। এই প্রশিক্ষণ পর্ব মুঠ ২৫জনে সফলতাৰে উত্তীর্ণ হয়ভাষা শিক্ষাৰ এ ধৰৰ প্রশিক্ষণ পর্ব দুটা ভাগত ভাৰতত অনুষ্ঠিত হয়। এ ধৰৰ প্রথম প্রশিক্ষণ পর্ব যোৱা ১২১৬ ছেপ্টেম্বৰ শান্তি নিকেতন আৰু ২৬২৭ অক্টোবৰ বাংগালুৰুত অনুষ্ঠিত হয়

 

***

AKT/SH/VK/DB