প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু মালয়েছিয়াৰ মাজত কোম্পানী ছেক্ৰেটাৰীশ্বিপ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন জনাইছে৷
পইণ্ট–ভিত্তিক তথ্যঃ ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠান আৰু মালয়েছিয়া কোম্পানী সচিব সংস্থাৰ মাজত বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হ’ল দুয়োখন দেশৰ কোম্পানী সচিবৰ অনুশীলন আৰু সন্মানৰ স্তৰ বৃদ্ধি তথা এছিয়া–প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কোম্পানী সচিবক বিচৰণৰ সুবিধা প্ৰদান কৰা৷
AKT/SNC/SH/MS