প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ খনি মন্ত্ৰালয়ৰ অধীনস্ত ভাৰতৰ ভূতাত্বিক জৰীপ(এএছআই) আৰু ব্ৰাজিলৰ খনি আৰু শক্তি মন্ত্ৰালয়ৰ অধীনস্ত ব্ৰাজিলৰ ভূতাত্বিক জৰীপ বিভাগৰ মাজত “ভূতত্ব আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি”ৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনোৱা হয়৷
এই বুজাবুজি চুক্তিয়ে ভাৰতৰ ভূতাত্বিক জৰীপ(এএছআই) আৰু ব্ৰাজিলৰ খনি আৰু শক্তি মন্ত্ৰালয়ৰ অধীনস্ত ব্ৰাজিলৰ ভূতাত্বিক জৰীপ বিভাগৰ মাজত ভূতত্ব আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰতিষ্ঠানিক দিশত সহায় কৰিব৷
*******
VRRK/SC/DB