প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত ৭৫০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰ সফলতা অৰ্জনৰ বাবে ভাৰতৰ জনতাক প্ৰশংসা কৰিছে৷
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত ৭৫০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰ সফলতা অৰ্জনৰ সন্দৰ্ভত অৱগত কৰি লিখা এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“এই সফলতাৰ ভাৰতৰ জনতাক প্ৰশংসা কৰিছো৷
এই মনোভাৱে অনাগত দিনত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব৷”
Compliments to the people of India for this feat.
This is the spirit which will make India Aatmanirbhar in the times to come. https://t.co/6ymYTw4t3C
— Narendra Modi (@narendramodi) March 29, 2023
***
DS/AK/DB
Compliments to the people of India for this feat.
— Narendra Modi (@narendramodi) March 29, 2023
This is the spirit which will make India Aatmanirbhar in the times to come. https://t.co/6ymYTw4t3C