Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন অষ্ট্ৰেলিয়াৰ সংসদ


অষ্ট্ৰেলিয়াৰ সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজক ধন্যবাদ জনাইছে।

শ্ৰী মোদীয়ে লগতে কৈছে যে অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (ইচিটিএ)ক আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ে ব্যাপক আদৰণি জনাব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

“ধন্যবাদ প্ৰধানমন্ত্ৰী @AlboMP! ভাৰত-অষ্ট্ৰেলিয়া ইচিটিএৰ শক্তিত প্ৰৱেশ আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ৰ দ্বাৰা ব্যাপক সমাদৃত হ’ব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।”

 

***

DS/ST