Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ প্ৰতিটো প্ৰান্ততে যুৱক-যুৱতীসকলে কৈছে মেৰা পেহলা ভোট দেশ কে লিয়েঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰে নৱাগত ভোটাৰসকলৰ উৎসাহক আলোকপাত কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“ভাৰতৰ প্ৰতিটো প্ৰান্ততে যুৱক-যুৱতীসকলে কৈছে মেৰা পেহলা ভোট দেশ কে লিয়ে।”

***

DS/TS/SB