প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘বিশ্ব মহাসাগৰ দিৱস’ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজুজুৰ এটা প্ৰবন্ধ ‘শ্বেয়াৰ’ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘টুইট’ কৰিছে:
“ভাৰতে ইয়াৰ বিস্তৃত উপকূল আৰু সামুদ্ৰিক সম্পদৰ সৈতে ইয়াৰ নীলা অৰ্থনীতিৰ সম্ভাৱনাসমূহক ব্যৱহাৰ কৰাত কেনেদৰে গুৰুত্ব আৰোপ কৰিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী @KirenRijiju জীয়ে লিখিছে।”
Union Minister @KirenRijiju Ji writes how India, with its extensive coastline and maritime resources, is focusing on harnessing the potential of its blue economy. https://t.co/AKyqdN8L1S
— PMO India (@PMOIndia) June 8, 2023
***