Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিভা আৰু উদ্যমিতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিভা আৰু উদ্যমিতাৰ মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ টুইটৰ সঁহাৰি দিয়ে য’ত মন্ত্ৰীগৰাকীয়ে জনাইছিল যে ভাৰতে ২০২২-২৩ বৰ্ষৰ বাবে ৭৭০ বিলিয়ন ডলাৰত নতুন ৰপ্তানি অভিলেখ অৰ্জন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিভা আৰু উদ্যমিতাৰ মনোভাৱ প্ৰদৰ্শন কৰি আছে। বিশ্বই আশাবাদ আৰু উৎসাহেৰে ভাৰতৰ ফালে চাই আছে।”

***