ভাৰতৰ অধ্যক্ষতা কালৰ ‘জি-২০’ সচিবালয়ৰ নিয়োগক “ৰোমাঞ্চকৰ নিয়োগ সম্ভাৱনীয়তা” বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীৰ এক ‘টুইট’-ৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
“এয়া এক ৰোমাঞ্চৰ নিয়োগ সম্ভাৱনীয়তা…”
This is an exciting opportunity… https://t.co/h0p6vxgzUj
— Narendra Modi (@narendramodi) September 29, 2022