Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতে উদ্ভাৱনী নীতি, নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান আৰু পদক্ষেপসমূহৰ সৈতে জলবায়ু সম্পৰ্কীয় কাৰ্যক্ৰমত গোলকীয় মানক নিৰ্ধাৰণ কৰি আছে: প্ৰধানমন্ত্ৰী


ভাৰতে উদ্ভাৱনী নীতি, নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত নেতৃত্ব আৰু পদক্ষেপসমূহৰ সৈতে জলবায়ু সম্পৰ্কীয় কাৰ্যক্ৰমত গোলকীয় মানক নিৰ্ধাৰণ কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে। তেওঁ লগতে কয় যে ‘আন্তৰ্জাতিক সৌৰ মিত্ৰতা’, ‘মিছন লাইফ’ আৰু ‘গোলকীয় ইন্ধন মিত্ৰতা’ৰ দৰে পদক্ষেপসমূহে এক বহনক্ষম আৰু সমৃদ্ধ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে।

‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে কয়:

“ভাৰতে উদ্ভাৱনী নীতি, নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত নেতৃত্ব আৰু ‘আন্তৰ্জাতিক সৌৰ মিত্ৰতা’, ‘মিছন লাইফ’ আৰু ‘গোলকীয় ইন্ধন মিত্ৰতা’ৰ দৰে পদক্ষেপসমূহৰ সৈতে জলবায়ু সম্পৰ্কীয় কাৰ্যক্ৰমত গোলকীয় মানক নিৰ্ধাৰণ কৰি আছে, যাৰ ফলত এক বহনক্ষম আৰু সমৃদ্ধ ভৱিষ্যতৰ পথ প্ৰশস্ত হৈছে।”

 

India is setting global standards in climate action with innovative policies, renewable energy leadership and initiatives like International Solar Alliance, Mission LiFE and Global Biofuels Alliance, paving the way for a sustainable and prosperous future. https://t.co/34CQBfTp1Y

— PMO India (@PMOIndia) December 31, 2024

 

***

MJPS/SR/KB