ভাৰত-ইউ এ ইৰ সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপা) ভাৰতীয় ৰপ্তানিকাৰকসকলে ব্যৱহাৰ কৰা কাৰ্যক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱালৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;“ভাৰতীয় উদ্যোগৰ বাবে এক ডাঙৰ লক্ষণ, ই ভাৰতীয় সামগ্ৰীক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিব।”
***
DS/TS/MS
A great sign for Indian enterprise, it will make Indian products popular globally. https://t.co/21oJAfXDsv
— Narendra Modi (@narendramodi) January 31, 2023