প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা এক টুইটযোগে জনোৱা হৈছে যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৩ চনৰ ৩০ মাৰ্চত ভাৰতীয় সেনাৰ বাবে উন্নতমানৰ আকাশ অস্ত্ৰ ব্যৱস্থা আৰু ১২টা অস্ত্ৰ নিৰ্ণয়কাৰী ৰাডাৰ সাথী (সমতল) ক্ৰয়ৰ বাবে ৯,১০০কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“এক প্ৰশংসনীয় অগ্ৰগতি, যিয়ে আত্মনিৰ্ভৰশীলতাৰ লগতে বিশেষভাৱে এমএছএমই খণ্ডক সহায় কৰিব।”
A welcome development, which will boost self-reliance and particularly help the MSME sector. https://t.co/9rQU2tg0qP
— Narendra Modi (@narendramodi) March 31, 2023
*************************
DS/ST/KG
A welcome development, which will boost self-reliance and particularly help the MSME sector. https://t.co/9rQU2tg0qP
— Narendra Modi (@narendramodi) March 31, 2023