বেদান্ত আৰু গীতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে জোনাছ মাছেট্টিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিয়ে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতত ৰামায়ণৰ প্ৰদৰ্শন দেখি জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰিছিল।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
“জোনাছ মাছেট্টি আৰু তেওঁৰ দলক লগ পাইছিলোঁ। বেদন্ত আৰু গীতাৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে মই তেওঁৰ বিষয়ে এবাৰ #MannKiBaat কাৰ্যসূচীত উল্লেখ কৰিছিলোঁ। তেওঁৰ দলটোৱে সংস্কৃতত ৰামায়ণ কথা উপস্থাপন কৰিছিল। ভাৰতীয় সংস্কৃতিয়ে সমগ্ৰ বিশ্বতে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়।”
Met Jonas Masetti and his team. I had mentioned him during one of the #MannKiBaat programmes for his passion towards Vedanta and the Gita. His team presented glimpses of the Ramayan in Sanskrit. It is commendable how Indian culture is making an impact all over the world. pic.twitter.com/4Voy0OKt9X
— Narendra Modi (@narendramodi) November 20, 2024
***
MJPS/SR/KB