প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প’জিটিভ ক’ভিড-১৯ত আক্ৰান্ত হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনক তেওঁৰ সুস্বাস্থ্য কামনা কৰি শুভেচ্ছা জনাইছে৷
‘‘মাননীয় প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন, আপুনি এজন যুঁজাৰু আৰু অতি শীঘ্ৰেই আপুনি এই প্ৰত্যাহ্বান জয় কৰিব পাৰিব৷ আপোনাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু ব্ৰিটেইনৰ মংগল কামনা কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
VRRK/ VJ/MANN
Dear PM @BorisJohnson,
— Narendra Modi (@narendramodi) March 27, 2020
You’re a fighter and you will overcome this challenge as well.
Prayers for your good health and best wishes in ensuring a healthy UK. https://t.co/u8VSRqsZeC