Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বীৰ সাৱাৰকাৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাৱাৰকাৰৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:

“সকলো দেশবাসীৰ হৈ বীৰ সাৱাৰকাৰৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কৃতজ্ঞ ৰাষ্ট্ৰই স্বাধীনতা আন্দোলনত তপস্যা, ত্যাগ, সাহস আৰু সংগ্ৰামেৰে পৰিপূৰ্ণ তেওঁৰ অমূল্য অৱদানক কেতিয়াও পাহৰিব নোৱাৰে।”

***

MJPS/SR/KB