প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণকাৰী আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত সকলো লোকক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী প্ৰেমী আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত কাম কৰা সকলো লোকক শুভেচ্ছা জনাইছো। জন্তুৰ বাসস্থান সুৰক্ষিত কৰাটো আমাৰ বাবে এক মুখ্য অগ্ৰাধিকাৰ আৰু আমি ইয়াৰ সুফল দেখিবলৈ পাইছো। যোৱা বছৰটো সদায়ে স্মৰণীয় হৈ থাকিব যেতিয়া আমি আমাৰ দেশলৈ চিতাক স্বাগতম জনাইছিলো!”
On World Wildlife Day, best wishes to wildlife lovers and those working on wildlife conservation. Protecting animal habitats is a key priority for us and we have seen good results in that. The year gone by will always be remembered as the year we welcomed cheetahs to our nation! pic.twitter.com/6qsb5FRjBc
— Narendra Modi (@narendramodi) March 3, 2023
***
DS/TS/MS