Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে বক্সাৰ লাভলীনা বৰগোঁহাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে বক্সাৰ লাভলীনা বৰগোঁহাইক অভিনন্দন জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কৰা অসাধাৰণ কৃতিত্বৰ বাবে @LovlinaBorgohaiক অভিনন্দন জনাইছো। তেওঁ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিলে৷ তেওঁৰ স্বৰ্ণ পদক জয়ক লৈ ভাৰত আনন্দিত৷”

***

DS/ST/DB