Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব অভিলেখ স্থাপনেৰে গিনিজ বুকত নাম অন্তৰ্ভূক্ত কৰা মধ্যপ্ৰদেশৰ তানসেন মহোৎসৱৰ শিল্পীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত চলি থকা ‘তানসেন মহোৎসৱত বিশ্ব অভিলেখ স্থাপনেৰে গিনিজ বুকত নাম অন্তুৰ্ভূক্ত ১,২৮২গৰাকী তবলা বাদকক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“বহুত বহুত অভিনন্দন। ভাৰতীয় সংগীতক নতুন শিখৰত উপনীত কৰাৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়।”

***

DS/RT/DB