প্ৰধানমন্ত্ৰীয়ে আজি জল জীৱন মিছনেবিশেষকৈ আমাৰ গ্ৰামাঞ্চলতমহিলা সবলীকৰণক আগবঢ়াই নিয়া বুলি গুৰুত্বসহকাৰে উল্লেখ কৰে। তেওঁ লগতে কয় যে তেওঁলোকৰ দুৱাৰমুখতবিশুদ্ধ পানী উপলব্ধ হোৱাৰ ফলত মহিলাসকলে এতিয়া দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিব পাৰিছে।
এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ লিখিছে-
“জল জীৱন মিছনে বিশেষকৈ আমাৰ গ্ৰামাঞ্চলতমহিলা সবলীকৰণককেনেদৰে আগুৱাই লৈ গৈছে সেয়া এক ভাল দৃষ্টিকোণ।
তেওঁলোকৰ দুৱাৰমুখত পৰিষ্কাৰ পানী উপলব্ধ হোৱাৰ বাবে মহিলাসকলে এতিয়া দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিব পাৰিছে।”
A good perspective on how Jal Jeevan Mission is furthering women empowerment, especially in our rural areas.
With clean water at their doorstep, women can now focus on skill development and self-reliance.https://t.co/f3SD9VDhqg
— Narendra Modi (@narendramodi) December 12, 2024
**********
MJPS/SR/SKS/KD